বন বিষয়া দেৱব্ৰত গগৈৰ গুৱাহাটীৰ বেলতলাৰ গৃহত অভিযান

বন বিষয়া দেৱব্ৰত গগৈৰ গুৱাহাটীৰ বেলতলাৰ লখিমী পথৰ সদানন্দ এপাৰ্টমেণ্টত অভিযান চলায় দুৰ্নীতি নিবাৰকৰ দলে ।

বি ব্লকৰ ৩০৩ আৰু ৩০৪ নম্বৰ ফ্লেটত অভিযান চলায় ।

আজি উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল কাছাৰৰ লক্ষীপুৰৰ বন বিষয়াজন ।

উৎকোচ লৈ কাৰ্যালয়ৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বন বিষয়া গগৈয়ে ।

খেদি খেদি দুৰ্নীতিগ্ৰস্ত বন বিষয়াজনক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই ।

Exit mobile version