দিনটোৰ ৰাশিফল

16503614614344

মেষঃ মংগল গ্ৰহৰ প্ৰভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব, পিছবেলা দূৰ ভ্ৰমণ নকৰিব, কৰ্মস্থানত মধ্যম, বগা শুভ ৰং, শুভ সংখ্যা ৩ ।

বৃষঃ পুৰণি ৰোগে আমনি কৰিব, হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে, কৰ্মস্থানত শুভ, বিদ্যাত মধ্যম, নীলা ৰং শুভ, শুভ সংখ্যা ৬ ।

মিথুনঃ সামাজিক কামত আগ্ৰহ বাঢ়িব, মানসিক শান্তি, দুষ্ট লোকৰ পৰা সাৱধান, আয়তকৈ ব্যয় বৃদ্ধি, কৰ্মত শুভ, সোণালী ৰং শুভ, শুভ সংখ্যা ৫ ।

কৰ্কটঃ শৰীৰৰ প্ৰতি নজৰ ৰাখিব খং ত্যাগ কৰক, পদোন্নতিৰ যোগ, বন্ধুৰ পৰা সাৱধান হ‌ওক, নিজৰ লক্ষ্যৰ প্ৰতি নজৰ ৰাখক, পাতল নীলা শুভ ৰং, শুভ সংখ্যা ৭ ।

সিংহঃ কৰ্মত উদাৰতা থাকিব, আৰ্থিক উন্নতি, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত উন্নতি হ’ব, কৰ্মক্ষেত্ৰত শুভ, হতাশা দূৰ হ’ব, কমলা শুভ ৰং, শুভ সংখ্যা ৩ ।

কন্যাঃ দূৰ ভ্ৰমণ কৰিব পাৰি, চাকৰি যোগ, কৰ্মত উন্নতি আৰু পৰিৱৰ্তন, প্ৰেমত শুভ, গুৰুকৃপা লাভ কৰিব । সোণালী ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ২ ।

তুলাঃ কৰ্ম সংস্থাপনৰ যোগ, ঘৰুৱাত মধ্যম, ভ্ৰমণত বাধা । আৰ্থিকত শুভ, শত্ৰুৰ পৰা সাৱধান। হালধীয়া ৰং শুভ, শুভ সংখ্যা ৯ ।

বৃশ্চিকঃ ভবাতকৈ অধিক আনন্দিত হ’ব, ৰৈ থকা কাম সমাধান হ’ব, দূৰ ভ্ৰমণ নকৰাই ভাল, কৰ্মস্থানত মধ্যম, অৰ্থ লাভ, ৰঙা শুভ ৰং, শুভ সংখ্যা ৭ ।

ধনুঃ নতুন কামৰ প্ৰতি তৎপৰ হ‌ওক, ভ্ৰমণত শুভ । বগলা পূজা কৰক, শাৰীৰিক দুৰ্বলতা আঁতৰিব । দাম্পত্যত মধ্যম । গেৰুৱা শুভ ৰং, শুভ সংখ্যা ৬ ।

মকৰঃ নতুন যোগাযোগৰ পৰা উপকৃত হ’ব, বন্ধুৰ পৰা আনন্দ লাভ কৰিব, লক্ষ্যত উপনীত হ’ব পাৰিব, প্ৰেমত বাধা । খৰচ বৃদ্ধি, সেউজীয়া শুভ ৰং, শুভ সংখ্যা ৩ ।

কুম্ভঃ অৰ্থ লাভ, কৰ্মত শুভ, ঘৰুৱা মধ্যম । গোপন শত্ৰু বৃদ্ধি, বন্ধুৰ পৰা আনন্দ লাভ । যানবাহনৰ পৰা সাৱধান, কমলা ৰং শুভ, শুভ সংখ্যা ৬ ।

মীনঃ যানবাহনৰ ক্ষতি হ’ব পাৰে, কৰ্মস্থানত শুভ, বিদ্যাৰ্থীসকল অধিক কষ্ট কৰিব লাগিব, শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক । মাখন ৰং শুভ । শুভ সংখ্যা ৭ ।

Exit mobile version