সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ পৱিত্ৰ ৰাখিবন্ধন পালন

WhatsApp Image 2022 08 11 at 3.55.51 PM

আজি সীমান্ত চেতনা মঞ্চ‌ই অতি ব্যতিক্ৰমীভাৱে পৱিত্ৰ ৰাখিবন্ধন পালন কৰে । সীমান্ত চেতনা মঞ্চৰ অখিল ভাৰতীয় সহ-সংযোজক প্ৰদীপনৰ উপস্থিতিত এটা দলে ‘দৈনিক অগ্ৰদূত’ৰ কাৰ্যালয়ত ৰাখিবন্ধন পালন কৰে ।

‘চৰহদ কো প্ৰণাম’ গীতেৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰে আৰু ইয়াৰ পাছত উদ্দেশ্য ব্যাখ্যা কৰে দলৰ সদস্য বিশ্বজিতে । পাছত পৰ্যায়ক্ৰমে কৰ্যালয়ৰ সকলো কৰ্মচাৰীকে ৰাখি ৰাখি বান্ধে ।

Exit mobile version