দিনটোৰ ৰাশিফল

16503614614344

মেষঃ কৰ্মস্থানত উন্নতিৰ যোগ; নিবনুৱাৰ কৰ্মসংস্থাপন; সংঘাত আঁতৰিব; শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৪ ।

বৃষঃ কামৰ ব্যস্ততা বাঢ়িব; আৰ্থিক উন্নতি; শিৱ মন্দিৰ দৰ্শন কৰক; খং কমাওক; বিদ্যাত মধ্যম; শুভ সংখ্যা বগা, শুভ সংখ্যা ২ ।

মিথুনঃ কৰ্মক্ষেত্ৰত উন্নতি; অৰ্থ লাভৰ যোগ; ভ্ৰমণত মধ্যম; পাৰিলে তিতা নাখাব; শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫ ।

কৰ্কটঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি; আৰ্থিকত উন্নতি; কৰ্মব্যস্ততা বৃদ্ধি; খং নকৰিব; শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩ ।

সিংহঃ ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি; হনুমানৰ পূজা কৰিব, আৰ্থিক উন্নতি বৃদ্ধি; শুভ ৰং কমলা, শুভ সংখ্যা ৪ ।

কন্যাঃ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি; ভ্ৰমণত শুভ; শৰীৰৰ প্ৰতি যত্ন ল‌ওক; শত্ৰু নাশ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩ ।

তুলাঃ আত্মনিৰ্ভৰশীল হ’ব পাৰিব; বগলা দেৱী পূজা কৰক সংযম ৰক্ষা পৰিব, ভ্ৰমণত মধ্যম; অৰ্থ লাভ, শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ।

বৃশ্চিকঃ সা-সম্পত্তি ক্ৰয় কৰিব পাৰিব; শিল্পী, কলা-কৌশলীৰ ব্যক্তিৰ উন্নতি, যান-বাহনৰ পৰা সাৱধান; শুভ ৰং ক্ৰীম; শুভ সংখ্যা ৬ ।

ধনুঃ ধীৰ-স্থিৰ সৌভাগ্যশালী হোৱাৰ যুগ, হনুমান চালিচা পাঠ কৰক; শত্ৰু নাশ; কৰ্মত উন্নতি ; শুভ ৰং পাতল নীলা, শুভ সংখ্যা ২ ।

মকৰঃ হতাশা আঁতৰিব; গহীন, ভ্ৰমণপ্ৰিয়, চিন্তাশীল লোক হিচাপে খ্যাতি । কৰ্মত মধ্যম; প্ৰেমত শুভ; শুভ ৰং মেৰুন , শুভ সংখ্যা ৪ ।

কুম্ভঃ ধাৰ্মিক দিক প্ৰকাশ, হতাশা আঁতৰিব, সৎ আৰু গুণী লোকৰ সান্নিধ্য; মনত দুঃচিন্তা নাৰাখিব, শুভ ৰং সোণালী, শুভ সংখ্যা ২ ।

মীনঃ কৰ্মোন্নতি; বন্ধুৰ পৰা দূৰত থাকক; পুৰণি ৰোগে কষ্ট দিব পাৰে; খৰচ বৃদ্ধি; ভ্ৰমণত শুভ; শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।

Exit mobile version