এগৰাকী বনকৰা কিশোৰীৰ মৃত্যু হোৱা ঘটনাৰ তদন্তত গাফিলতিৰ বাবে নিলম্বিত হয় দৰংৰ এছ পি ৰাজমোহন ৰায়, এএছ পি ৰূপম ফুকন আৰু ধূলাৰ থানাৰ অ’চি ৷
ADVERTISEMENT
উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঢেকীয়াজুলিত উপস্হিত হৈ ঘটনাটোৰ চৰজমিন তদন্ত কৰে৷তদন্তত নিশ্চিত হয় যে আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তক জিন্মাত লোৱা নাছিল ৷
এই কাৰ্যত খড়গগ্ৰস্ত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দৰংৰ এছ পি,এএছ পি আৰু ধূলা থানাৰ অ’চিক নিলম্বনৰ নিৰ্দেশ দিয়ে ৷