দৰঙৰ এছ পি আৰু ধুলা থানাৰ অ’চিক নিলম্বন

আদিবাসী বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগ

WhatsApp Image 2022 08 12 at 8.07.18 PM

এগৰাকী বনকৰা কিশোৰীৰ মৃত্যু হোৱা ঘটনাৰ তদন্তত গাফিলতিৰ বাবে নিলম্বিত হয় দৰংৰ এছ পি ৰাজমোহন ৰায়, এএছ পি ৰূপম ফুকন আৰু ধূলাৰ থানাৰ অ’চি ৷

ADVERTISEMENT

উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঢেকীয়াজুলিত উপস্হিত হৈ ঘটনাটোৰ চৰজমিন তদন্ত কৰে৷তদন্তত নিশ্চিত হয় যে আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তক জিন্মাত লোৱা নাছিল ৷

এই কাৰ্যত খড়গগ্ৰস্ত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দৰংৰ এছ পি,এএছ পি আৰু ধূলা থানাৰ অ’চিক নিলম্বনৰ নিৰ্দেশ দিয়ে ৷

Exit mobile version