অসম লোকসেৱা আয়োজৰ নতুন অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হয় আই এ এছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৷ মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল দেৱচৌধুৰী ৷ ইয়াৰ পূৰ্বে জ্যেষ্ঠ আমোলা গৰাকী আছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰক ৷
অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্ত, আই এ এছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰী নতুন অধ্যক্ষৰ দায়িত্ব
-
By publisher

- Categories: Assam, India, News
- Tags: AssamBharat Bhushan Dev Choudhury
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026