দিল্লীলৈ তলৱ অসমৰ কংগ্ৰেছী বিধায়কক !

WhatsApp Image 2022 08 18 at 5.29.54 PM

অসমৰ সকলো কংগ্ৰেছৰ বিধায়কক হাইকামাণ্ডে তলৱ কৰিছে দিল্লীলৈ ৷ প্ৰতিজন বিধায়ক দিল্লীত উপস্থিত থকাটো জৰুৰী বুলি কোৱা হৈছে কোৱা হৈছে ৷ ২৭ আগষ্ট কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়ক দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷

একেদৰে এপিচিচি সদস্য সকলকো দিল্লীলৈ মতা হৈছে ৷ মুল্যবৃদ্ধিৰ বিৰুদ্ধে দেশৰ বিৰোধী দলটোৱে দ ২৮ আগষ্টত নতুন দিল্লীৰ ৰামলীলা ময়দানত এক বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰিছে ৷ যাৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা কংগ্ৰেছ বিধায়ক আৰু প্ৰতিবাদী প্ৰদেশ কংগ্ৰেছৰ সদস্য সকলক প্ৰতিবাদী সভাত উপস্থিত থকাৰ বাবে এআই চি চিয়ে দিছে নিৰ্দেশ ৷

Exit mobile version