দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ আশংকাত সম্প্ৰচাৰ মন্ত্ৰণালয়

আঠটাকৈ ইউটিউব চেনেল নিষিদ্ধ

banyoutubechanneld 202208869073

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক সন্দৰ্ভত প্ৰভাৱ পেলাবলৈ কন্টেন্ট পোষ্ট দি থকাৰ বাবে নিষিদ্ধ হ’ল আঠটাকৈ ইউ টিউব চেনেল ৷ নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৷
নিষিদ্ধ কৰা সাতটা ভাৰতৰ আৰু ১১৮কোটি ভিউ থকা এটা পাকিস্তানৰ ৷

ADVERTISEMENT

উল্লেখ্য বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰাই ভাৰতত ব্লক কৰা হৈছে ১০২টা ইউটিউব চেনেল ৷ নিষিদ্ধ কৰা চেনেলবোৰৰ ভিতৰত এটা পাকিস্তানী ইউ টিউব চেনেলো আছে । এই চেনেলটোৰ ভিউ হৈছে ১১৮ কোটি।

ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা কন্টন্ট প্ৰচাৰৰ অভিযোগ উদ্থাপিত হৈ থকাৰ বাবে তথ্য আৰু প্ৰযুক্তি অধিনিয়ম ২০২১ ৰ অধিনত এটা পাকিস্তানৰ আৰু সাতটা ভাৰতৰ ইউ টিউব চেনেল ব্লক কৰিছে কৰা হৈছে ৷

Exit mobile version