দিনটোৰ ৰাশিফল

16503614614344

মেষঃ পৰিৱেশ অস্থিৰতা থাকিব পাৰে, শৰীৰৰ প্ৰতি‌ সচেতন হ‌ওক, নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব । কাৰ্যক্ষেত্ৰত মধ্যম, শৰীৰৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মধ্যম । শুভ ৰং মাখন, শুভ সংখ্যা ৫ ।

বৃষঃ খৰচ বৃদ্ধি, বিয়াৰ যোগাযোগত শুভ, কাৰ্যক্ষেত্ৰত মধ্যম, শৰীৰৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মধ্যম, শুভ ৰং মাখন, শুভ সংখ্যা ৫ ।

মিথুনঃ মাতৃৰ শুভ, কৰ্মক্ষেত্ৰত জটিলতা, বিদ্যাত শুভ, ব্যয় বৃদ্ধি, তুলসীৰ তলত পানী দিয়ক, শুভ ৰং গোলপীয়া । শুভ সংখ্যা ১ ।

কৰ্কটঃ মনৰ দৃঢ়তা বৃদ্ধি, কৰ্মত উন্নতি । হতাশা আঁতৰিব, যানবাহন লাভ, ইলেকট্ৰিকৰ পৰা সাৱধান, শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৪ ।

সিংহঃ দুষ্ট লোকৰ পৰা সাৱধান, গোপন শত্ৰু বৃদ্ধি, কাৰ্যক্ষেত্ৰত উন্নতি, ভ্ৰমণত কষ্ট । শুভ ৰং সোণালী । শুভ সংখ্যা ৮ ।

কন্যাঃ কৰ্মত উন্নতি, নিজ স্থিতি অটুট ৰাখক, বন্ধুৰ পৰা উৎসাহ পাব । দুখীয়াক অন্ন দান কৰক, শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ৩ ।

তুলাঃ কৰ্মত শুভ, আবেগত কোনো সিদ্ধান্ত নল’ব । বিদ্যাত চেষ্টা কৰক, ভ্ৰমণ দক্ষিণ দিশৰ পৰা কৰিব । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৪ ।

বৃশ্চিকঃ কৰ্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ, দূৰ ভ্ৰমণৰ যোগ । দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব । শুভ ৰং বগা, শুভ সংখ্যা ৯ ।

ধনুঃ ব্যৱসায়ত উন্নতি, কৰ্মস্থানত উদাৰতা প্ৰকাশ, শৰীৰৰ উন্নতি, আনৰ কথাত গুৰুত্ব নিদিব । শুভ ৰং কমলা, শুভ সংখ্যা ৫ ।

মকৰঃ কৰ্মত দক্ষতা, প্ৰতিভা বিকাশ, নতুন চিন্তাই আনন্দিত কৰিব । ভ্ৰমণত শুভ । বিদ্যাত যত্ন ল‌ওক । শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ।

কুম্ভঃ কৰ্মত উন্নতি, বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে, দাম্পত্যত শুভ, শুভ ৰং মেৰুন, শুভ সংখ্যা ৬ ।

মীনঃ ভাতৃৰ উন্নতি, দুষ্ট লোকৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, ভ্ৰমণত সফল, শৰীৰ উন্নতি । শুভ ৰং সোণালী, শুভ সংখ্যা ২ ।

Exit mobile version