দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original
মেষঃ কৰ্ম বৃদ্ধি পাব । চাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মত বিৰোধ হ’ব পাৰে । বিদ্যাৰ্থীৰ বাবে শুভ ‌। প্ৰেমত অশুভ ।
বৃষঃ সাৱধানে চলাফুৰা কৰিব । দেহত আঘাত পোৱাৰ সম্ভাৱনা আছে । প্ৰেমত মধ্যম ।
মিথুনঃ পুৰণি কোনো ৰোগে আমনি কৰিব । বিদ্যাৰ্থীৰ বাবে নতুন সুযোগ আহিব পাৰে । বিবাহ প্ৰাৰ্থীৰ বাবে শুভ ।
সিংহঃ ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল । বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব । প্ৰেমত কষ্টদায়ক ।
কন্যাঃ ভ্ৰমণত শুভ । বন্ধুৰ লগত মত বিৰোধ হ’ব পাৰে । মাতৃৰ শুভ । প্ৰেমত শুভ ।
তুলাঃ ব্যৱসায়ীসকল সাৱধান হোৱাটো ভাল । চাকৰিয়ালৰ শুভ । উত্তৰ দিশে ভ্ৰমণ নকৰিব ।
বৃশ্চিকঃ পৰিশ্ৰম কৰিলে বহুত সমস্যা সমাধান হ’ব । নিজৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব । প্ৰেমৰ ক্ষেত্ৰতো শুভ নহয় ।
ধনুঃ বিদ্যাৰ্থীৰ বাধা । যানবাহন চলাওঁতে সাৱধান হ’ব । ভ্ৰমণত কষ্টদায়ক হ’ব । প্ৰেমত শুভ ।
মকৰঃ শাৰীৰিক বেয়া নহয় । চাকৰিৰ নতুন সুযোগ । খৰচৰ মাত্ৰা বৃদ্ধি পাব । প্ৰেম প্ৰণয়নত শুভ ।
কুম্ভ় মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে । শাৰীৰিক ক্ষেত্ৰত বেয়া নহয় । দূৰ ভ্ৰমণৰ সুযোগ । বিদ্যাৰ্থীৰ ভ্ৰমণত যোগ আছে ।
মীন় বাঘৰ বিবাদ হোৱা সম্ভাৱনা আছে । আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব । প্ৰেমত চিন্তিত । ভ্ৰমণ নকৰাই ভাল ।
Exit mobile version