মহানগৰীৰ নুনমাটি থানাৰ আৰক্ষীয়ে এক বিশেষ সুত্ৰৰ পমখেদি শ্বিলঙৰ পৰা সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মেঘালয়ৰ সৰবৰাহকাৰী দুজনে ML-05H-3369 নম্বৰৰৰ ছুইফট বাহনত শ্বিলংৰ পৰা নুনমাটিলৈ আনিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে ৷ ধৃত যুৱক দুজন হ’ল বঞ্জিনউমেদন উমদৰ আৰু বন্দন ননগবেট ৷
নুনমাটিত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক
-
By publisher

- Categories: Assam, Crime, News
- Tags: ghy nonmati ganja sezied
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026