ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান সত্য কৰি আজি ভাৰতীয় টকাৰ মূল্য নিম্নস্তৰত অৱস্থান কৰে ৷ সোমবাৰে পুৱা ভাৰতীয় টকাৰ মূল্য এক ইউ এছ ডলাৰত ৮০.২০ টকা ৷ দিনক দিনে ভাৰতীয় টকাৰ মূল্য অতি নিম্নস্তৰলৈ গতি কৰাক লৈ চিন্তিত হৈ পৰিছে দেশৰ অৰ্থনীতিবিদ ৷ যিসময়ত ভাৰতীয় টকাই এক শক্তিশালী ৰূপত অৱস্থান কৰিব লাগিছিল যদিও শেহতীয়াকৈ ক্ৰমাৎ নিম্নগামী হোৱা বিষয়টো দিল্লীৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ ৷
সৰ্বকালৰ ৰেকৰ্ড ভাঙি ভাৰতীয় টকাৰ মূল্য অতি নিম্নস্তৰত
-
By publisher
![Assam News Today | সৰ্বকালৰ ৰেকৰ্ড ভাঙি ভাৰতীয় টকাৰ মূল্য অতি নিম্নস্তৰত - Dainik Agradoot | WhatsApp Image 2022 08 29 at 2.31.45 PM](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2022/08/WhatsApp-Image-2022-08-29-at-2.31.45-PM.jpeg?fit=592%2C444&ssl=1)
- Categories: Business, India, News
- Tags: rupee fallsfor tody
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024