মহানগৰৰ মাজমজিয়াৰ গনেশগুৰি চাৰা ঐতিহ্যমণ্ডিত গনেশ মন্দিৰত অহা ৩১ আগষ্টত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৪৭ সংখ্যক শ্ৰী গণেশ জন্মোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে শ্ৰী গণেশ জন্মোৎসৱ সমিতিয়ে ৷ পূজাৰ সমুহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে জন্মোৎসৱ কমিটিয়ে ৷ উল্লেখ্য গণেশগুৰিৰ নাম এই ঐতিহ্যমণ্ডিত মন্দিৰৰ বাবেই দিয়া হৈছিল বুলি প্ৰবাদ আছে ৷
ADVERTISEMENT