Nuakhai Festival : উড়িয়া জনগোষ্ঠীৰ “নোৱাখাই উৎসৱ” উপলক্ষে পাঁচ জিলাৰ স্থানীয় বন্ধ ঘোষণা

rice 02

এক ছেপ্তেম্বৰত নামনি অসমৰ পাঁচ জিলাত স্থানীয় বন্ধ ঘোষণা ৷

উড়িয়া জনগোষ্ঠীৰ’নোৱাখাই’ উৎসৱৰ বাবে বি টি আৰ সচিবালয়ে বৃহস্পতিবাৰে কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং আৰু বাগসা স্থানীয় বন্ধ ঘোষণা কৰিছে ৷

উল্লিখিত দিনা জিলা কেইখনৰ সকলোবোৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান আৰু কাৰ্যালয় বন্ধ থাকিব ৷

Exit mobile version