দিনটোৰ ৰাশিফল

16503614614344

মেষঃ কৰ্মত সফলতা পাব । বিদ্যাৰ্থীসকলৰ শুভ প্ৰেমত শুভ । শুভ ৰং নীলা ।

বৃষঃ সামাজিক কৰ্মত উৎসাহ । ৰাজনীতিৰ লগত জড়িত সকলৰ শুভ । শুভ ৰং ৰঙা ।

মিথুনঃ যাত্ৰীৰ কাৰণে নিৰাপদজনক । সোমবাৰে নিৰামিষ খাব । আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে ।

কৰ্কটঃ কামটোত মনোযোগ দিয়া দৰকাৰ । মনৰ ইচ্ছা পূৰণ হোৱা যোগ । প্ৰেমত কষ্ট ।

সিংহঃ বিবাহিত মহিলাই পাৰিলে যাত্ৰা নকৰিব । পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব । ভ্ৰমণত অৰ্থ লাভ ।

কন্যাঃ আইনী কামত সফলতা লাভ । নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে । শুভ ৰং সেউজীয়া ।

তুলাঃ হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে । নিজৰ ভুলৰ বাবে মিচাতে অশান্তি সৃষ্টি হ’ব পাৰে । শুভ ৰং নীলা ।

বৃশ্চিকঃ অভিনেতাৰ শুভ । ব্যৱসায়ীসকলৰ শুভ । বিদ্যাৰ্থীৰ মধ্যম । শুভ ৰং হালধীয়া ।

ধনুঃ বন্ধুৰ লগত মতবিৰোধ । আইনী কোনো সমস্যা দেখা দিব । শুভ ৰং গুলপীয়া ।

মকৰঃ নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ । নতুন গৃহ ল’ব পাৰে । বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে । প্ৰেমত শুভ ।

কুম্ভঃ চাকৰিয়ালৰ পদোন্নতিৰ যোগ । ব্যৱসায়ত মধ্যম । দূৰ যাত্ৰা নকৰিব । নিৰামিষ খাব প্ৰেমত সাৱধান ।

মীনঃ চাকৰিয়ালৰ চাকৰিৰ যোগ । প্ৰেমত সুখ । শত্ৰু নাশ হ’ব । পাব লগা ধন ঘূৰাই পাব ।

Exit mobile version