দিনটোৰ ৰাশিফল

16503614614344

মেষঃ আৰ্থিক দিশত স্বচ্ছলতা আহিব । ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে । প্ৰেমত শুভ । বিদ্যাৰ্থীৰ শুভ ।

বৃষঃ উদ্যোগৰ পৰা আয় বৃদ্ধি হ’ব । কিন্তু আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব । কৰ্মক্ষেত্ৰত উন্নতিৰ যুগ ।

মিথুনঃ উচ্চ শিক্ষাৰ নানা বাধাৰ সন্মুখীন হ’ব । শাৰীৰিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে । প্ৰেমত অশুভ ।

কৰ্কটঃ বিবাহৰ যোগাযোগত শুভ । দাম্পত্য জীৱন সুখকৰ হ’ব । সন্তানৰ যশ কীৰ্তিয়ে আনন্দ দিব । জন্ম-প্ৰীতিত আশাপ্ৰদ ফল পাব ।

সিংহঃ চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ অযথা পলম আৰু বাধা আহিব । ব্যৱসায়ত শুভ যদিও কোনো লোকৰ পৰা ক্ষতি হ’ব পাৰে । প্ৰেমত বাধা ।

কন্যাঃ পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূৰ্ণ কাম দিয়াৰ পূৰ্বে সাৱধান হ’ব । মাহটোত অৰ্থ আহিলেও ব্যয়ৰ পথ মুকলি থাকিব ।

তুলাঃ নিবনুৱা ব্যক্তিৰ কৰ্মলাভৰ যোগ আছে । আইনজ্ঞ সকলৰ অশুভ । স্থাৱৰ সম্পত্তি লাভৰ যোগ । বিবাহৰ ক্ষেত্ৰত নতুন যোগাযোগ হ’ব ।

বৃশ্চিকঃ বিবাহ প্ৰাৰ্থীৰ বাবে শুভ । ভ্ৰমণত সাৱধান হ’ব । প্ৰেমৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ’ব । প্ৰতি শুকুৰবাৰে দেৱী সন্তুষীৰ পূজা অৰ্চনা কৰিব ।

ধনুঃ আয়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব । উপাৰ্জন বৃদ্ধি পাব । ব্যৱসায় ক্ষেত্ৰত তলতীয়া লোকৰ পৰা সাৱধান । প্ৰেমত অশুভ ।

মকৰঃ কৰ্মক্ষেত্ৰত শুভফল লাভৰ সম্ভাৱনা আছে । স্থান পৰিৱৰ্তন, পদোন্নতি যশ বৃদ্ধিৰ কাৰক । বিদ্যাৰ্থীৰ পক্ষে শুভ মাহ ।

কুম্ভঃ প্ৰেম বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে । পাৰিবাৰিক দিশত পিতৃ-মাতৃৰ অশুভ । প্ৰেমত হতাশা আনিব । দাম্পত্যত সুখ ।

মীনঃ বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে । পুৰণা সংগ লাভ কৰিব । প্ৰেমত শুভ । বিদ্যাৰ্থীৰ অশুভ ।

Exit mobile version