মৌজাদাৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰৰ পৰা খাজনা দিব পৰা প’ৰ্টেল মুকলিৰ ঘোষণা ৰাজহ মন্ত্ৰীৰ

WhatsApp Image 2022 09 08 at 15.58.34

আপুনি খাজনা দিবলৈ এতিয়াৰ পৰা মৌজাদাৰৰ কাৰ্যালয়লৈ নাযালেও হ’ব ৷ কিয়নো ৰাজহ বিভাগে শীৰ্ঘে’ ই- খাজানা’ নামৰ এটি প’ৰ্টেলৰ চিন্তাচৰ্চা কৰি থকাৰ কথা ঘোষণা কৰে ৰাজহ মন্ত্ৰী যোগেন মোহনে ৷

এই প’ৰ্টেলৰ জৰিয়তে ম’বাইলৰ পৰাই মাটিৰ খাজানা আদায় দিব পাৰিব সংশ্লিষ্ট মৌজাদাৰৰ কাৰ্যালয়ত ৷

Exit mobile version