দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ বিদ্যাৰ্থীৰ অনুকূল । মনত বল ৰাখক । ঘৰুৱা সমস্যা শাম কাটিব । আৰ্থিক মধ্যম । প্ৰেমত মধ্যম ।

বৃষঃ যানবাহন চলোৱাত সাৱধান থাকিব । খাদ্য দ্ৰব্যৰ ব্যৱসায়ত ভাল দেখা যায় । প্ৰেম মোটামুটি ।

মিথুনঃ নিবনুৱাৰ ভাল বেয়াৰ মাজেৰে দিন পাৰ হ’ব । চাকৰিয়ালৰ মজলীয়া । দাম্পত্য ভালেই ক’ব পাৰি । প্ৰেমত শুভ ।

কৰ্কটঃ শৰীৰ স্বাস্থ্য একপ্ৰকাৰ ভাল দেখা নাযায় । দূৰ ভ্ৰমণ হ’ব পাৰে । ঘৰুৱাত শান্ত । প্ৰেমত অশুভ ।

সিংহঃ কৰ্মক্ষেত্ৰত ভাল তথাপিতো নিজৰ ভাবমূৰ্তি সন্মান ৰাখিবলৈ চেষ্টা কৰক । ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব ।

কন্যাঃ আৰ্থিকত সফলতা দেখা যায় । দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে । ৰাজনৈতিকৰ ব্যস্ততা বৃদ্ধি । প্ৰেমত শান্তি ।

তুলাঃ সন্তানৰ স্বাস্থ্য ভালেই দেখা যায় । চুটি ভ্ৰমণ হ’ব পাৰে । ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে । প্ৰেমত চিন্তা ।

বৃশ্চিকঃ ভাতৃৰ কৰ্মসূত্ৰ দূৰ স্থান গমন । প্ৰেমত বিয়া বাৰুৰ কথা আগবাঢ়িব । মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায় । বিদ্যাত মধ্যম ।

ধনুঃ সামাজিক কৰ্মৰতসকল সতৰ্ক থাকক, কাৰণ দুষ্ট লোকৰ চক্ৰান্ত‌ই কামত বাধা দিব । সন্তানৰ হানি কৰিব পাৰে । বিদ্যাত শুভ ।

মকৰঃ পতি-পত্নীৰ মাজত বিচ্ছেদ । দিনটো সাৱধানে পাৰ কৰিব । কৰ্মক্ষেত্ৰত সাৱধান ।

কুম্ভঃ ব্যৱসায়ীসকল সাৱধান হোৱা ভাল । আৰ্থিকত ভাল দেখা নাযায় । ঘৰুৱা সমস্যা দেখা দিব ।

মীনঃ পিতৃৰ শুভ । প্ৰেমত শুভ যদিও সাৱধান । চাকৰিয়ালৰ মজলীয়া । শৰীৰৰ যত্ন ল‌ওক । বিদ্যাত শুভ ।

Exit mobile version