CORRUPTION এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল আৰক্ষী

WhatsApp Image 2022 09 10 at 19.47.48

CORRUPTION দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৰাজ্যত দৈনিক গ্ৰেপ্তাৰ হৈছে ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী । কালি দুজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছতে পুনৰ আজি গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী । ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষী চকীত চলোৱা এক অভিযানত সহকাৰী উপ-পৰিদৰ্শক গোপাল দলেক উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে ।

Exit mobile version