মহানগৰীৰ মালিগাঁৱত অঘটন

ৰাজপথত দাও দাওদাওকৈ জ্বলি উঠিল বাইক

250704 bike fire

মহানগৰীৰ মালিগাঁৱৰ নাৰ্চাৰীত অঘটন ৷ ৰাজপথেদি গৈ থকা এখন বাইক হঠাতে জ্বলি উঠে ৷

অৱশ্যে বাইকখনৰ আৰোহে দম্পতী কথমপি ৰক্ষা পৰে ৷ পত্নী সহ সনজিৱ দাস নামৰ লোকজনে কামাখ্যা অভিমুখে গৈ থকা পথত এই ঘটনা সংঘটিত হয় ৷

পাছত বাইকখন দাওদাওকৈ জ্বলি ৰাজপথতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

Exit mobile version