ASSAM SECRETSRIAT অসম সচিবালয়ত দুটাকৈ পদৰ নতুন নামাকৰণ

WhatsApp Image 2022 09 12 at 22.18.39

ASSAM SECRETSRIATঅসম সচিবালয়ত দীৰ্ঘদিন ধৰি চলি থকা দুটাকৈ পদৰ নাম নতুন নামৰে নামাকৰণ কৰা ৰসিদ্ধান্ত লৈছে সাধাৰণ প্ৰশাসন বিভাগে ৷
সেই অনুসৰি অধীক্ষকৰ নতন নামাকৰণ হ’ব শাখা বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক সহায়কৰ নতুন নাম হ’ব সহকাৰী শাখা বিষয়া ৷

Exit mobile version