GUWAHATI RAILWAY STATIONগুৱাহাটী ৰে’লৱে ষ্টেচনত টেংকাৰ সহ ৪,০০০ লিটাৰ খাৰুৱা তেল জব্দ

WhatsApp Image 2022 09 13 at 15.52.17 1

GUWAHATI RAILWAY STATION সৰিয়হ তলিতে ভুত ৷এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছে গুৱাহাটী ৰে’ল ষ্টেচনৰ ৷ ষ্টেচনত ৰখাই থোৱা মালবাহী ট্ৰেইন এণৰ চোৰাংকৈ খাৰুৱা তেল ভৰাই থকা অৱস্থাতে এখন অইল টেংকাৰ আৰু চাৰি হাজিৰ লিটাৰ খাৰুৱা তেল জব্দ কৰে ৰে’ল আৰক্ষী আৰু ৰে’ল সুৰক্ষা বাহিনীৰ এটা যৌথ দলে ৷

খাৰুৱা তেলখিনি চুৰি কৰি বোজাই নিয়াৰ কথা আছিল চোৰাং কাৰবাৰীৰ ৷ জব্দকৃত অইল টেংকাৰ খনৰ নম্বৰ এএছ ০১-এইছ চি ৯৮৯৭ ৷ আনহাতে আটক কৰা হই টেংক খনৰ চালক ডিম্বেশ্বৰ ডেকা ৷

Exit mobile version