NAGAON: নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাতি দূৰত থকা বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগ মহামৃতজ্ঞয় মন্দিৰৰ আৰ্হিত এইবাৰ নিৰ্মাণ হৈছে এক মণ্ডপ ৷ ডেৰগাঁৱৰ দুগোৎসৱ কমিটিয়ে ৭৫ ফুট উচ্চতাৰ বিশালকায় শিৱলিংগ নিৰ্মাণ কৰিছে পুৰ্ণ গতিত ৷ নগাৱঁৰ পৰা যোৱা ১৮ গৰাকী শিল্পীয়ে দুৰ্গা পুজাৰ মণ্ডপটি আটকধুনীয়া কৰিবলৈ উঠিপৰি লাগিছে ৷
NAGAON : নগাঁৱৰ মহামৃতজ্ঞয় বিশালকায় শিৱ লিংগৰ আৰ্হিত ডেৰগাঁৱত নিৰ্মিত পুজা মণ্ডপ
-
By publisher

- Categories: India, Assam, News
- Tags: Maha Mrityunjay Mandir
Related Content
যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
By
publisher
March 12, 2026
আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়
By
publisher
March 12, 2026
ইৰাকত তেল টেংকাৰত আক্ৰমণ, শান্তিৰ বাবে তিনিটা চৰ্ত ৰাখিলে ইৰানে
By
publisher
March 12, 2026
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026