GUWAHATI : গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ ৪৫খন চুৰি বাইক

WhatsApp Image 2022 09 15 at 12.31.18

GUWAHATI: গুৱাহাটী পল্টনবজাৰস্থ ৰে’লৱে ষ্টেচনত জব্দ ৪৫খনকৈ চুৰি বাইক ৷ দুই নং প্লেটফমৰ পৰা জব্দ কৰা হয় বাইকসমুহ ৷ দিল্লীৰ পৰা পেকিং কৰি মালবাহী ট্ৰেইনত বোজাই কৰি অনা হৈছিল ৷ সন্দেহ কৰা মতে ডিমাপুৰলৈ নিয়াৰ পৰিকল্পনা আছিল চুৰি চক্ৰটোৰ ৷

বাইক সমুহৰ ইঞ্জিন আৰু চেচিজৰ নম্বৰত ৰং সানি থোৱা আছিল ৰে’লৱে আৰক্ষীৰ অনুসন্ধাননত পোহৰলৈ আহিছে ৷ এক গোপন সুতৰ পম খেদি গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে ষ্টেচনৰ ২নং প্লেটফমত অভিযান চলাই বাইক সমুহ জব্দ কৰে যদিও চুৰি চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷ তদন্ত অব্যাহত ৰাখিছে জি আৰ পি- এ ৷

Exit mobile version