দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ সমাজ কৰ্মত সুনাম বৃদ্ধি, উচ্চ বিদ্যাত যত্ন কৰক । চুটি ভ্ৰমণ আছে । প্ৰেমত ভাল দেখা নাযায় । শুভ ৰং নীলা , শুভ সংখ্যা ৮ ।

বৃষঃ পাৰিবাৰিক দায়ৱদ্ধতা বৃদ্ধি পাব । দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে । পিতা-মাতাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ ।

মিথুনঃ নিজা লোকে প্ৰতাৰণা কৰিব পাৰে । লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে । ভ্ৰমণ হ’ব পাৰে । শুভ ৰং ক’লা, শুভ সংখ্যা ৬ ।

কৰ্কটঃ দাম্পত্য আৰু প্ৰেমত মধ্যম । আজি অলপ ক’লা তিল বিসৰ্জন দিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ‌।

সিংহঃ নিবনুৱাৰ ভাল ক’ব পৰা যায় । ঘৰত আলহী আগমন । প্ৰেমত গতানুগতিক । বিদ্যাত শুভ । চুটি ভ্ৰমণ হ’ব পাৰে । শুভ ৰং মেৰুন, সংখ্যা ৮ ।

কন্যাঃ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে । সতৰ্ক থাকক । সন্তানৰ শুভ । শুভ ৰং সোণালী, সংখ্যা ৯ ।

বৃশ্চিকঃ প্ৰেম আৰু দাম্পত্য ভাল ক’ব পৰা যায় । এডাল তুলসী মালা গুৰুজনাক দান দিব । ৰঙা কাপোৰ পৰিধান কৰিব । শুভ সংখ্যা ৭ ।

ধনুঃ ধনাগম বৃদ্ধি পাব । যানবাহন ক্ৰয় কৰিব পাৰে । বিবাহৰ যোগ । শুভ ৰং সেউজীয়া, সংখ্যা ২ ।

মকৰঃ আপোনাৰ দুৰ্বলতাৰ কাৰণে অইন লোকে আপোনাক কথা শুনাব । বিবাহৰ যোগ । বিদ্যাৰ্থীৰ কাৰণেও দিনটো ভাল । শুভ ৰং বগা, সংখ্যা ৪ ।

কুম্ভঃ ব্যৱসায়ত ভাল নতুন কাম হাতত ল’ব পাৰে । যানবাহনৰ পৰা সাৱধান । পাবলগীয়া ধন ঘূৰাই পাব । শুভ ৰং মেৰুন, সংখ্যা ৮ ।

মীনঃ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে । সতৰ্ক থাকক । কৰ্মত ব্যস্ততা দেখা যায় । সন্তানৰ ভাল । প্ৰেমত অশুভ । শুভ ৰং হালধীয়া, সংখ্যা ৩ ।

Exit mobile version