BOLLYWOOD:গুৱাহাটীত উপস্থিত বলিউডৰ বলিষ্ঠ অভিনেতা অনুপম খেৰ

WhatsApp Image 2022 09 18 at 18.03.02 1

BOLLYWOOD:বলিউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰ আজি দুদিনীয়া ব্যক্তিগত কাৰ্যসূচীৰে দুপৰীয়া উপস্থিত হয় গুৱাহাটীত ৷ বলিউডৰ বহু কেইখন জনপ্ৰিয় কথা ছবিত অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰবীন অভিনেতা জনে মহানগৰীত উপস্থিত হোৱাৰ পিছতে নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি মা’ৰ আৰ্শীষ লয়৷ কামাখ্যা মন্দিৰ চৌহদত’ কাশ্মীৰ ফাইলচ’জনপ্ৰিয় অভিনেতা জনক কাষতে পাই বহু অনুৰাগীয়ে উঠে চেলফি ৷

উল্লেখ্য যে মহানগৰীত উপস্থিত হৈয়ে অনুপম খেৰে টুইটাৰ যোগে ‘বিউটিফুল গুৱাহাটী’ বুলি উল্লেখ কৰে ৷

Exit mobile version