FLYOVER IN GUWAHATI : ৩০ ছেপ্টেম্বৰৰ মহানগৰবাসীয়ে পাব আৰু এখন উৰণীয়া সেঁতু

WhatsApp Image 2022 09 23 at 19.26.34 1

FLYOVER IN GUWAHATI : গুৱাহাটী মহানগৰবাসীয়ে ৩০ ছেপ্তেম্বৰত পাব আৰু এখন উৰণীয়া সেঁতু ৷ আৰ্য মহাবিদ্যালয় সমীপৰ চেৰাপভাটি চাৰিআলি সংযোগী ফ্লাইঅভাৰ খন ৩০ ছেপ্তেম্বৰত মুকলি কৰা হ’ব ৷ ২ অক্টোবৰত মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ খেলৰ পূৰ্বে এই ফ্লাইঅভাৰ খন মুকলি কৰা হ’ব বুলি সদৰি কৰে ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version