FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI : মহানগৰীৰ সদাব্যস্ত কালাপাহাৰ আৰু নেপালী মন্দিৰ অঞ্চলক সংযোগ কৰি নিৰ্মাণ কৰা আৰ্যনগৰ উৰণ সেঁতু খন শাৰদীয় দুৰ্গোৎসৱৰ উপহাৰ হিচাপে আজি ৰাইজৰ নামত উৎসগিত কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় ১৫০ কোটি টকাৰ ব্যয়েৰে ৭৯০ মিটাৰ দৈঘ্যৰ উৰণীয়া সেঁতু খন বিশ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হয় ৷ উল্লেখ্য বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে দীৰ্ঘদি নধৰি তীব্ৰ যানযঁটৰ সন্মুখীন হৈছিল ৷ অৱশেষত সকাহ পালে আৰ্যনগৰবাসীয়ে ৷ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সেঁতু খন ৷ সেঁতুখনত অংকন কৰা হৈছে উত্তৰ-পূৰ্বৰ জাতি- জনগোষ্ঠীয় লোকৰ জাতীয় জীৱনৰ প্ৰতীক ৷
FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI : মহানগৰবাসীয়ে আজি পাব আৰু এখন উৰণীয়া সেঁতু
-
By publisher

- Categories: India, Assam, News
- Tags: CM HBSFLYOVER AT GUWAHATI ARYANAGAR SARABBHATITODAY OPENING
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025