মেক্সিকোত অচিনাক্ত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা

দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ'ল মেয়ৰসহ কে'বাজনো লোকৰ

WhatsApp Image 2022 10 06 at 14.32.21

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গাতে লাগিথকা দেশ মেক্সিকোত চিটি হলত আজি পুৱাতে সংঘটিত হয় এক লোমহৰ্ষক ঘটনা৷ চিটি হলত চলি থকা এক অনুষ্ঠানৰ মাজতে অচিনাক্ত দুৰ্বৃত্ত হলটোৰ ভিতৰত প্ৰবেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷ফলত থিতাতে নিহত হয় দহজনকৈ লোক ৷এই ভয়ংকৰ গুলীচালনাৰ ঘটনাত মেয়ৰসহ ১৮জন লোকৰ মৃত্যু হয় ।

ADVERTISEMENT

আনহাতে আহত হোৱা বহু কেইজন মৃত্যুৰ হোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰশাসনে ৷ উল্লেখ্য মৃতকৰ ভিতৰত মেয়ৰ পিতৃ তথা প্ৰাক্তন মেয়ৰ,জ্যেষ্ঠ আৰক্ষী বিষয়া নাম তালিকাভুক্ত হৈছে৷

ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এলাৰ্ট জাৰি কৰি দুৰ্বৃত্তই ৷

Exit mobile version