Hajo police raids : হাজোত জোৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

দহ জোৱাৰী আটক

WhatsApp Image 2022 10 09 at 17.29.26

Hajo police raids : ড্ৰাগছ আৰু মাদক দ্ৰৱ্যৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে অব্যাহত ৰখা অভিয়ানৰ মাজতে আজি হাজো আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হাজো অঞ্চলৰ বিভিন্ন স্থানত অৰ্তকিতে অভিযান চলাই প্ৰায় দহজন জোৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

Exit mobile version