Sharing Community Cycle Rally : কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত চাইকেল ৰেলী

WhatsApp Image 2022 10 09 at 18.43.04 2

Sharing Community Cycle Rally : মহানগৰীৰ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত গ্ৰীণ একচন উইকছৰ WhatsApp Image 2022 10 09 at 18.43.06 1

লগত সংগতি ৰাখি আজি এক চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ খানাপাৰাৰ পৰা গণেশগুৰিলৈ আজি পুৱা অনুষ্ঠিত চাইকেল ৰেলীত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

Exit mobile version