BCCI ELECTION : বিচিচিআইৰ যুটীয়া সচিবৰ বাবে মনোনয়ন দাখিল এচিএ সচিব দেৱজিৎ শইকীয়াৰ

WhatsApp Image 2022 10 12 at 18.40.18 1

BCCI ELECTION : ৰাজ্যৰ মহাঅধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডত (BCCI) যুটীয়া সচিব পদৰ বাবে মনোনয়ন দাখিল কৰিছে বুলি এচিএ সূত্ৰত প্ৰকাশ। বিচিচিআইৰ নিৰ্বাচনৰ ফলাফল ১৮ অক্টোবৰত ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে শইকীয়া বিচিচিআইৰ যুটীয়া সচিব হিচাপে নিৰ্বাচিত হয় তেন্তে এচিএ সচিবৰ পদখালী হ’ব। এচিএ সূত্ৰে প্ৰকাশ যে ত্ৰিদীপ কোঁৱৰ হ’ব পাৰে এচিএৰ নতুন সচিব ৷

Exit mobile version