ZOMOTO FOOD DELIVARY BOY DETAINED FOR DRUG PEDDLING : ড্ৰাগছ সহ গ্ৰেপ্তাৰ অনলাইন ডেলিভাৰী বয়’

WhatsApp Image 2022 10 13 at 17.23.40

ZOMOTO FOOD DELIVARY BOY DETAINED FOR DRUG PEDDLING : অসম আৰক্ষীয়ে বৃহস্পতিবাৰে গোপন সূত্ৰৰ পমখেদি ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ  অনলাইন ডেলিভাৰী বয় এজনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ নাম অভিলেখ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা উদ্ধাৰ কৰা হয় ১৩ গ্ৰাম ড্ৰাগছ ৷

যুৱকজনৰ বিৰুদ্ধে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version