মহানগৰীত নিশা আৰক্ষীৰ অভিযানত আই এছ বি টিৰ পৰা জব্দ কে’বালাখ টকাৰ ড্ৰাগছ

WhatsApp Image 2022 10 20 at 14.35.35

উত্তৰ-পূৰ্বৰ কৰিডৰত গুৱাহাটী ক্ৰমাৎ পৰিণত হৈছে ড্ৰাগছ পেডলাৰৰ ঘাটি ৷ মহানগৰ খনত পুনৰ উজান উঠিছে নিষিদ্ধ ড্ৰাগছৰ। দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহৰ ৷

অৱশ্যে ইয়াৰ সমান্তৰালভাৱে মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰো অভিযান ৷ যোৱা নিশা গড়চুক আৰক্ষীয়ে আই এছ বিটিত অৰ্তকিতে অভিযান চলাই নিষিদ্ধ ড্ৰাগছ সহ এজন ড্ৰাগছ পেডলাৰক কৰায় কৰিব সক্ষম হয় । গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটোক ধুবুৰীৰ হানিচুৰ ৰহমান বুলি চিনাক্ত কৰা হয় ।

আনহাতে, জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Exit mobile version