DIBRUGARH DTO ARRESTED BY ANTI – CORRUPTION CELL : দুদিন পূৰ্বে উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰা ডিব্ৰুগড়ৰ ডিটিঅ কাৰ্যালয়ৰ নিম্নবৰ্গ সহায়িকা দিনিমণি গগৈ আৰু দালাল পংকজ শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ডিব্ৰুগড়ৰ ডিটিঅ সঞ্জীৱ হাজৰিকাক গ্ৰেপ্তাৰ কৰে ৷ লগতে তেওঁৰ বৈৰাগীমঠ স্থিত বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে নগদ ৭ লাখ ৩,৮০০ টকা ৷ একেদৰে জব্দ কৰে ৭ হাজাৰ অচল টকা ৷
ADVERTISEMENT