Guwahati Liquor sale :
মহানগৰীত দীপাৱলীত বিক্ৰী হ’ল ৰেকৰ্ড সংখ্যক সুৰা ৷ দীপাৱলীৰ দুটা দিনত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্ৰী হয় । সেই অনুসৰি ২৪ অক্টোবৰত বিক্ৰী হয় ২ কোটি ৫৬লাখ ৭০ হাজাৰ টকাৰ সুৰা ৷ একেদৰে ২৫ অক্টোবৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হয়।
ADVERTISEMENT