Home News Assam Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য By publisher 2 years Ago ShareShareShareShare Neel Powan Baruah : নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷ ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা । Categories: India, Assam, News Tags: Assam PoliceCMOGuwahatiNabagrahaNeel Pawan Baruah Related Content Three Cities in Orissa are Among the 10 Hottest Cities in the World:বিশ্বৰ সবাতোকৈ ১০ খন অতি উষ্ণ চহৰৰ তালিকাত ওড়িছাৰ তিনি চহৰ,ঝাৰখণ্ডৰ জামছেদপুৰ By publisher May 3, 2024 JDU Candidates in Bihar Lok Sabha do not know the Meaning of MP:এমপিৰ অৰ্থ নাজানে বিহাৰৰ লোকসভাৰ এনডিএৰ প্রার্থীয়ে By publisher May 3, 2024 Richest Candidate in the Lok Sabha Elections:লোকসভা নির্বাচনত সবাতোকৈ ধনাঢ্য প্রার্থী বিজেপিৰ পল্লভীৰ সম্পত্তিৰ মূল্য ১৩৬১ কোটি টকা By publisher May 3, 2024 Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড By publisher May 3, 2024 Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯ By publisher May 3, 2024 Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া By publisher May 3, 2024