Home News Assam Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য By publisher 3 years Ago ShareShareShareShare Neel Powan Baruah : নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷ ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা । Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, Assam, News Tags: Assam PoliceCMOGuwahatiNabagrahaNeel Pawan Baruah Related Content এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ By publisher March 11, 2026 হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ By publisher March 11, 2026 Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল By publisher March 11, 2026 Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা By publisher March 11, 2026 ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ By publisher March 11, 2026 আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ By publisher March 11, 2026