Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ

    Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

    Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

    Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

    Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

    Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News International

Elon Musk : আয় কৰাই লক্ষ্য ?

কোটি কোটি ডলাৰত মাস্কে টুইটাৰ ক্ৰয় কৰাৰ ‘বিশেষ কাৰণ’ কি ?

publisher by publisher
October 31, 2022
in News, International
Reading Time: 4 mins read
0
Elon Musk : আয় কৰাই লক্ষ্য ?
1
SHARES
6
VIEWS
ShareShareShareShare

Elon Musk :

টুইটাৰৰ স্বত্বাধিকাৰী হোৱাৰ পাছৰ পৰাই প্রশ্ন উদয় হৈছিল । ইলন মাস্কে কিয় টুইটাৰ ক্ৰয় কৰিলে ? বিশ্বৰ ধনাঢ্য ব্যক্তিৰ এনে সিদ্ধান্তৰ প্ৰকৃত কাৰণ কি ? হাতৰ মঠিতেইতো আছে ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছ‌এপ বা পিন্টাৰেষ্টৰ দৰে সামাজিক মাধ্যম । যিসমূহে টুইটাৰতকৈও তুলনামূলকভাৱে অধিক মুনাফা কৰিছে । অৱশ্যে লোকচানত যোৱা টুইটাৰতেই কিয় আগ্রহ টেছলা কর্ণধাৰৰ ?

ADVERTISEMENT

বছৰজোৰা চেষ্টাৰ পাছত ২৭ অক্টোবৰত টুইটাৰ অধিগ্রহণ কৰিছে মাস্কে । ইয়াৰ পূৰ্বে অৱশ্যে এই বিষয়ত মাহৰ পাছত মাহ টুইটাৰ কর্তৃপক্ষৰ স’তে আলোচনা অব্যাহত আছিল তেওঁৰ । এসময়ত টুইটাৰ ক্ৰয় কৰাৰ পৰিকল্পনাই বাতিল কৰিছিল তেওঁ । অৱশেষত যি আদালত পর্যন্ত গৈছিল ।

RelatedPosts

Gautam Adani : ধনাঢ্য তালিকাত অচিৰে মাস্কক অতিক্ৰম কৰিব আদানীয়ে

Elon Musk : এবছৰত সৰ্বাধিক সম্পত্তি হ্ৰাস মাস্কৰ, হেৰুৱালে ২০০ বিলিয়ন ডলাৰ

Tesla  : দুবছৰৰ সৰ্বনিম্ন হ’ল টেছলাৰ শ্বেয়াৰ , মাস্কৰ সম্পত্তিৰ পৰিমাণ ১৩৭ বিলিয়ন ডলাৰলৈ হ্ৰাস

WhatsApp Image 2022 10 31 at 14.36.18

অৱশেষত ২৮ অক্টোবৰত ইলনৰ এটা সৰু টুইটত স্বস্তি ঘূৰি আহে সামাজিক মাধ্যমত । তেওঁ লিখে, ‘চৰাই মুক্ত’ । বিশ্ব‌ই বুজিলে যে, টুইটাৰৰ স্বত্বাধিকাৰী এতিয়াৰে পৰা মাস্ক !

চলিত বছৰৰ ৩১ জানুৱাৰীত টুইটাৰ অধিগ্রহণৰ পৰিকল্পনাত প্রথম ভৰি ৰাখিছিল মাস্কে । সেই মাহৰ পৰা টুইটাৰৰ শ্বেয়াৰ ক্ৰয় কৰে । মার্চৰ ভিতৰত মাস্কৰ হাতত আহে ‘মাইক্র’ব্লগিং ছাইটটোৰ পাঁচ শতাংশ শ্বেয়াৰ । তাৰ পাছত এপ্রিলত মাস্কে ঘোষণা কৰে, চাৰি হেজাৰ চাৰিশ কোটি ডলাৰ ব্যয় কৰি টুইটাৰ কিনিব বিচাৰে তেওঁ ।

WhatsApp Image 2022 10 31 at 14.36.15 2

এপ্রিলৰ পৰা অক্টোবৰ পর্যন্ত টুইটাৰ কর্তৃপক্ষৰ স’তে বাৰে বাৰে তৰ্ক-বিতৰ্ক হয় মাস্কৰ । প্ৰতিবাৰে বাক্‌স্বাধীনতাৰ পক্ষে প্ৰশ্ন কৰা মাস্কৰ ইংগিত আছিল, তেওঁ স্বত্বাধিকাৰী হ’লে টুইটাৰৰ সালসলনি কৰিব । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে টুইটাৰৰ নিষেধাজ্ঞাক মাস্কে মুলিভাৱেই কৈছিল যে, ‘‘চূড়ান্ত মুৰ্খাৰ্মীৰ সিদ্ধান্ত !’’

মে’ত টুইটাৰ অধিগ্রহণৰ সিদ্ধান্ত লৈ পুনৰ চিন্তিত হৈছিল মাস্ক । ‘মাইক্র’ব্লগিং ছাইট’ কর্ত়ৃপক্ষক দাবী কৰে, পূৰ্বে টুইটাৰত স্পেম আৰু ভুৱা একাউন্টৰ তথ্য দিব লাগিব । তেনে নকৰিলে টুইটাৰ ক্ৰয় কৰাৰ পৰিকল্পনা বাতিলৰ সকীয়নিও দিয় তেওঁ । অৱশেষত মাস্কৰ বিৰুদ্ধে আদালতত যায় টুইটাৰ কর্তৃপক্ষ ।

WhatsApp Image 2022 10 31 at 14.36.17 1

অক্টোবৰৰ আৰম্ভণিতে ডেলাঅৱাৰৰ আদালতে মাস্কক নির্দেশ দিছিল, চলিত মাহৰ ২৮ তাৰিখৰ ভিতৰতেই টুইটাৰৰ অধিগ্রহণৰ বিষয়ে চুক্তি সম্পন্ন কৰিব লাগিব । দুই পক্ষই এই সন্দৰ্ভত সিদ্ধান্ত নল’লে নৱেম্বৰত এই গোচৰৰ শুনানি আৰম্ভ হ’ব । তাত মাস্কৰ হাৰ অনিবার্য আছিল‌ । অৱশ্যে আদালতৰ চাপত টুইটাৰ কিনিলে নেকি মাস্কে ? এনে প্রশ্নও উত্থাপিত হয় ।

২৭ অক্টোবৰ, বৃহস্পতিবাৰে নিশা ১১ বাজি ৪৫ মিনিটত ইলনৰ টুইটাৰ হেণ্ডলত প্ৰকাশ পাইছিল তেওঁ হাতত বেচিন (ছিংক) লৈ থকা এটা ভিডিঅ’ । টুইটাৰৰ সদৰ দপ্তৰচ ৰখাৰ ঠাই বচাৰিছে ধনকুবেৰ মাস্কে । লগত তেওঁৰ ইংগিতপূর্ণ মন্তব্য, ‘‘টুইটাৰৰ সদৰ দপ্তৰত প্ৰৱেশ কৰিছো — লেট দেট ছিংক ইন !’’ যেন সেই সময়তো বিশ্বাস হোৱা নাই, চুক্তি সফল ! টুইটাৰ তেওঁৰ ।

WhatsApp Image 2022 10 31 at 14.36.16

টুইটাৰ যে সঁচাকৈয়ে তেওঁৰ অধীনত, আন এটা টুইটত জনায় । ২৮ অক্টোবৰত মাস্কে লিখিছিল, ‘‘দ্য বার্ড ইজ ফ্রিড ।’’ টুইট-চৰাই মুক্ত ! মাস্কৰ দাবী অনুযায়ী, যি বাক্‌স্বাধীনতাৰ ওপৰত শিকলি লগোৱা থাকে টুইটাৰত, সেই শিকলি তেওঁ এইবাৰ চিঙিব নেকি ? সেই প্রশ্নও উঠিছে । যদিও সমালোচকসকলৰ কটাক্ষ — প্ৰকৃততে টুইট-চৰাইক তেওঁ ধ্বংস কৰিব বিচাৰিছে ।

টুইটাৰৰ সর্বেসর্বা হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে কঠোৰ সিদ্ধান্ত লৈছে মাস্কে । নিমিষতে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱাল, লিগেল এগজিকিউটিভ বিজয়া গাড্ডে, চিফ ফিনান্সিয়েল অফিচাৰ নেড ছিগাল আৰু জেনেৰেল কাউন্সিল ছিন এজেটক নিলম্বন কৰে ।

WhatsApp Image 2022 10 31 at 14.36.17 2

টুইটাৰ অধিগ্রহণৰ পাছত চাৰি কৰ্মচাৰী নিলম্বনৰ বাবে পুনৰ কোটি কোটি টকা ব্যয় কৰে মাস্কে । পৰাগ, বিজয়া আ নেডৰ ওপৰত ১২ কোটি ডলাৰ ব্যয় হৈছে । তেওঁলোকৰ বাবে ইলন মাস্কৰ প্রায় ২০ কোটি ডলাৰ ব্যয় হৈছে বুলিও অনেকৰ দাবী । প্ৰকৃততে এই শীর্ষকর্তাসকলৰ চাকৰিৰ ম্যাদ উকলাৰ পূৰ্বেই নিলম্বন কৰাৰ বাবে তেওঁলোকৰ চুক্তি অনুযায়ী এই বিপুল অর্থ দিবলগীয়া হৈছে মাস্কে ।

টুইটাৰৰ ওপৰত পানীৰ দৰে কোটি কোটি ডলাৰ কিয় ব্যয় কৰিছে মাস্কে ? অধিগ্রহণৰ আগদিনা টুইটাৰৰ বিজ্ঞাপকসকলক উদ্দেশ্যি এটা বিবৃতিত একাধিক কাৰণ জনাইছে তেওঁ । অৱশ্যে সেই সকলোবোৰেই কেৱল কাৰণ নেকি ?

WhatsApp Image 2022 10 31 at 14.36.14 2

২৭ অক্টোবৰৰ এই টুইটত মাস্কৰ দাবী, ‘‘ম‌ই কিয় টুইটাৰ অধিগ্রহণ কৰিলো, সেয়া ব্যক্তিগতভাৱে সকলোকে জনাব বিচাৰো । কাৰণ, মানৱতাৰ ভৱিষ্যতৰ বাবে সমস্ত পক্ষৰ স্বাধীন মতপ্রকাশৰ বাবে এটা ডিজিটেল মঞ্চ থকা উচিত । য’ত সুস্থ পৰিৱেশত কোনো ধৰণৰ হিংসা নোহোৱাকৈ বিভিন্ন বিষয়ৰ মতামতৰ বিতর্ক হ’ব পাৰে ।’’

সম্প্ৰতি সামাজিক মাধ্যমত যি কট্টৰ বাম আৰু বাওঁপন্থীত বিভক্ত হোৱাৰ বিপদসংকুল পথ প্ৰশস্ত হৈছে, সেয়া বুজি পাইছে মাস্কে । ইয়াৰ ফলত সমাজত বিদ্বেষ বৃদ্ধি পাবলৈ লয় । সমাজত বিভাজন গঢ়ি উঠিব পাৰে । এই টুইটত সেই শংকাও কৰিছে মাস্কে ।

WhatsApp Image 2022 10 31 at 14.36.15

অবিশ্বাসীসকলে অৱশ্যে মাস্কৰ এই দাবীৰ পাছতো প্রশ্ন তুলিয়ে থাকে । টুইটাৰৰ লোকচানৰ হিচাপো দঙি ধৰিছে তেওঁলোকে । সংবাদমাধ্যমত প্রকাশিত পৰিসংখ্যা অনুযায়ী, ২৭ অক্টোবৰ পর্যন্ত টুইটাৰৰ নিট মূল্য ৪,০৮৩ কোটি ডলাৰ । এপ্রিলৰ পৰা জুন পর্যন্ত ই ১২০ কোটি ডলাৰ আয় কৰিছে । অৱশ্যে বিগত বছৰৰ এই সময়তকৈ এক শতাংশ কম । আনকি, আয় মেটাতকৈ ২৫ গুণ কম । লোকচানৰ নিৰিখত ২৭ কোটি ডলাৰ পানীত গৈছে টুইটাৰৰ ।

লাভ-লোকচানৰ উপৰিও ব্যৱহাৰকাৰীসকলক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত ফেচবুক, ইনষ্টাগ্রামসহ বহু সামাজিকমাধ্যমতকৈ পিছত আছে টুইটাৰ । চলিত বিত্তবর্ষৰ দ্বিতীয় ত্রৈমাসিকত দৈনিক ২৩.৮ কোটি ইউজাৰ বা ব্যৱহাৰকাৰী আছে ইয়াৰ । অথচ ফেচবুকৰ দাবী, তেওঁলোকৰ ছাইটত দৈনিক ১৯৮ কোটি লোকৰ যাতায়াত ।

WhatsApp Image 2022 10 31 at 14.36.13 2

হোৱাটছ‌এপ, ইনষ্টাগ্রাম মিলাই মেটা-ৰ ক্ষেত্রত সেয়া দৈনিক তিনিশ কোটিৰো অধিক হয় । পিন্টাৰেষ্ট, স্নেপচেট বা টিকটকো আয়ৰ ক্ষেত্ৰত টুইটাৰতকৈ বহু যোজন আগবাঢ়ি আছে ।

মাস্কৰ এই সিদ্ধান্তৰ ‘গৱেষণা’ কৰি অনেকে প্রশ্ন উত্থাপন কৰে, ফেচবুক, ইনষ্টাগ্রামৰ দৰে ছাইটবোৰ জনসাউ মাজত জনপ্রিয় হ’লেও টুইটাৰ কেইজনে ব্যৱহাৰ কৰে ? টুইটাৰ ৰাজনীতিক, সাংবাদিক আ প্ৰখ্যাত ব্যক্তিৰ দৰে সমাজৰ তথাকথিত উচ্চবর্গৰ মাজত জনপ্রিয় । জনসাধাৰণৰ প্ৰিয় হ’ব পাৰিছে নে টুইটাৰে ? অৱশ্যে এই সংস্থা ক্ৰয় কৰাৰ প্ৰকৃত কাৰণ কি ? এয়া ৫১ বছৰীয়া মাস্ক নে ?

WhatsApp Image 2022 10 31 at 14.36.13 1

যিয়ে যিয়েই নক‌ওক ! টুইটাৰ যে সোণৰ মুৰ্গী, হ’ব সেয়া মাস্কৰ দৃঢ় বিশ্বাস । বিশ্বৰ ধনাঢ্যৰ দাবী, তেওঁ বিশ্বাস কৰে, যিমন কোটি ডলাৰ ব্যয় কৰি টুইটাৰ ক্ৰয় কৰিছো, তাতকৈ ১০ গুণ অধিক মূল্যবান ই । সেয়ে চাৰি হেজাৰ চাৰিশ কোটি ডলাৰৰ নিজৰ সম্পত্তি পৰা ১,৫০০ কোটি ডলাৰ ব্যয় কৰিছে নেকি তেওঁ ?

টুইটাৰ কিনিবলৈ বাকী অর্থ আহিছে ইনভেষ্টমেন্ট ফাণ্ড আৰু অন্যান্য লার্জ ফাণ্ডৰ পৰা । এই অধিগ্রহণত এশ কোটি ডলাৰ ব্যয় কৰিছে অ’ৰেকল্‌-ৰ সহপ্রতিষ্ঠাপক লেৰি এলিছনো । তদুপৰি, বিভিন্ন বেংকৰ পৰা ঋণ লৈ বাকি ১,৩০০ কোটি ডলাৰ তোলা হৈছে ।

WhatsApp Image 2022 10 31 at 14.36.13

‘সৰু’ টুইট-চৰাইক লৈ কি স্বপ্ন দেখিছে মাস্কে ? তেওঁৰ তাত তো টেছলা-ৰ দৰে গাড়ী প্রস্ততকাৰী সংস্থা আছে । স্পেছএক্স-ৰ দৰে মহাকাশ গৱেষণা সংস্থাও গঢ়ি তুলিছে । আর্থিক মূল্যৰ হিচাপত টুইটাৰতকৈ যিবোৰ বহু গুণ ভাৰি । টেছলাৰ নিট মূল্য ৭০ হেজাৰ ২৩৩ কোটি ডলাৰ । আনহাতে, ১২ হেজাৰ ৭০০ কোটি ডলাৰৰ নিট মূল্যৰ স্পেছএক্স নাছাৰ দৰে মহাকাশ গৱেষণা সংস্থাক প্ৰত্যাহ্বান জনাব পাৰিব নে ।

অনেকৰ দাব, নিজৰ জনপ্রিয়তাক হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰি টুইটাৰ লাভ কৰিব বিচাৰিছে মাস্কে । এই অধিগ্রহণৰ আগৰ পৰাই টুইটাৰত তেওঁৰ অনুৰাগীৰ সংখ্যা ১১.১৪ কোটি । অনুৰাগীসকলৰ সংখ্যাৰ হিচাপত এই ছাইটত তেওঁতকৈ আগত আছে একমাত্র বাৰাক অ’বামাই । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতিৰ ফল’ৱাৰ ১৩.৩৪ কোটি ।

WhatsApp Image 2022 10 31 at 14.36.12

নিজৰ এই বিপুল সংখ্যক অনুৰাগীক টুইটাৰচ টানি আনিব পাৰিবনে মাস্কে ? বাস্তৱত সেয়া ঘটিলে টুইটাৰৰ বৃহস্পতি যি শীৰ্ষত উঠিব, তাত কোনো সন্দেহ নাই ।

WhatsApp Image 2022 10 31 at 14.36.14 1

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Elon MuskFacebookSocial MediaSpaceXTwitter
publisher

publisher

Related Posts

G p Singh Appointed As G p Singh:৩১ জানুৱাৰী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ
Assam

January 28, 2023
Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ
India

Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

January 28, 2023
Kajila Aaita : অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ
Assam

kolija Aita ill :অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ

January 28, 2023
Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান
India

Rajasthan: ৰাজস্থান আৰু মধ্যপ্ৰদেশত একাধিক বিমান দুৰ্ঘটনা , একেদিনাই দুৰ্ঘটনাগ্ৰস্ত তিনিখন বিমান

January 28, 2023
Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২
International

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

January 28, 2023
Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান
Assam

Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: