Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

     Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

    Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

    G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

    Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

    Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Entertainment

Bollywood :বলীউডৰ তাৰকাই নিজৰ আচল চেহেৰা ঢাকিবলৈ কিমান টকা খৰচ কৰে ?

জানিলে আপোনাৰ চকু কপালত উঠিব

publisher by publisher
November 1, 2022
in Entertainment, Lifestyle
Reading Time: 2 mins read
0
Bollywood :বলীউডৰ তাৰকাই নিজৰ আচল চেহেৰা ঢাকিবলৈ কিমান টকা খৰচ কৰে ?
1
SHARES
13
VIEWS
ShareShareShareShare

Bollywood :

 বলীউডৰ সুদৰ্শন চেহেৰাৰ পিছত লুকাই থাকে আচল চেহেৰা । আমি হয়তো কল্পনাই কৰিব নোৱাৰো যে তেওঁলোকে নিজৰ চেহেৰাৰ লগত কিমান টকা খৰচ কৰে ! তথ্য অনুসৰি প্ৰতিজন তাৰকাই নিজৰ চেহেৰাৰ বাবে কোটিৰ ওপৰত খৰচ কৰে । বিশেষকৈ বলীউডৰ প্ৰায় সংখ্যক তাৰকাৰে মূৰত চুলি নাই ।

WhatsApp Image 2022 11 01 at 17.43.23 1যাৰবাবে তেওঁলোকে কোটি টকাৰ ওপৰত খৰচ কৰিবলগীয়া হয় । আজি এই প্ৰতিবেদনত বলীউডৰ কোন কেইজন তাৰকাই নিজৰ তপা মূৰ ঢাকিবলৈ কোটি টকা খৰচ কৰে , সেইবিষয়ত আলোচনা কৰিম ।

ADVERTISEMENT

অক্ষয় কুমাৰ :— এই তালিকাত অহা প্ৰথম নামটোৱেই হৈছে অক্ষয় কুমাৰ । বয়স প্ৰায় ৫৫ বছৰ চুলেগৈ যদিও দেখাত কিন্তু সদায় ডেকা হৈয়ে আছে । আচলতে এই চেহেৰাৰ পিছত লুকাই আছে বহু কোটি টকাৰ খৰচ । টকাৰে ঢাকিছে তেওঁ আচল বয়স । ইয়াৰ লগতে অভিনেতাজনৰ মূৰত এডালো চুলি নাই । তেওঁ কে’বাকোটি টকা খৰচ কৰি নতুন চুলি গজাবলৈ সক্ষম হৈছিল ।

RelatedPosts

Singer Nilotpal Bora  : মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া শিল্পী নিলোৎপল বৰালৈ ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

Mumbai Road Accident:মুম্বাই-গোৱা ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা

Mumbai Custom Raid :মুম্বাই বিমান বন্দৰত যাত্ৰীৰ পৰা জব্দ ২৮ কোটি টকাৰ কোকেইন

WhatsApp Image 2022 11 01 at 17.43.24ৰণবীৰ কাপুৰ :— আপুনি হয়তো জানি আচৰিত হ’ব যে ৰণবীৰ কাপুৰৰ মূৰতো এডালো চুলি নাই । অতি কম বয়সতে ৰণবীৰৰ সকলো চুলি সৰি পৰিছিল । এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি নোপোৱা ৰণবীৰে শেষত চিকিৎসকৰ সহায় লয় । অস্ত্ৰোপচাৰৰ যোগেদি নতুনকৈ চুলি গজাবলৈ ৰণবীৰে শেষত হেয়াৰ ট্ৰান্সপ্লান্ট কৰে । ৰণবীৰে এই অপাৰেশ্যন ২০০৭ বৰ্ষত কৰিছিল ।

 অমিতাভ বচ্চন :— ৮০ বছৰ অতিক্ৰম কৰা বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আজিও যেন ডেকা হৈয়ে আছে । একমাত্ৰ ফিটনেচৰ কাৰণে আজিও বি বিয়ে বলীউডত দপদপাই থাকিবলৈ সক্ষম হৈছে । এতিয়াও অভিনেতাজনৰ মূৰত কেঁচা-পকা ঢৌ খেলোৱা চুলি আছে । কিন্তু আচলতে সেইয়া বি বিৰ আচল চুলি নহয় । নিজৰ তপা মূৰ লুকুৱাবলৈ নকল চুলি ব্যৱহাৰ কৰে অভিনেতাজনে ।

WhatsApp Image 2022 11 01 at 17.43.23 চানী দেউল :—- বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা চানী দেউলো চুলি সৰা সমস্যাত ভুগিছিল । কিছু বছৰ পূৰ্বে অভিনেতাজনৰ এই চুলি সৰা সমস্যা আৰম্ভ হয় আৰু এটা সময়ত তেওঁ একেবাৰে তপা হৈ পৰে । শেষত কোটি টকা খৰচ কৰি অভিনেতা গৰাকীয়ে হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 জেকি শ্ৰুফ :— এসময়ৰ জনপ্ৰিয় অভিনেতা জেকি শ্ৰুফো চুলি সৰা সমস্যাত ভুগিছিল । বহু বছৰ পূৰ্বে আৰম্ভ হোৱা এই সমস্যাৰ পৰা হাত সাৰিবলৈ অভিনেতাজনে অৱশেষত কোটি টকা খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 চালমন খান :— ৫৬ ডেওনা চোৱা জনপ্ৰিয় অভিনেতা চালমন খানে নিজৰ সুদৰ্শন চেহেৰা ধৰি ৰাখিবলৈ কোটি কোটি টকা খৰচ কৰি আহিছে । সেয়েহে হয়তো অভিনেতাজন দৈনিক ডেকা হৈ যোৱা পৰিলক্ষিত হৈছে । আপুনি বাৰু জানেনে যে, চালমন খানৰো মূৰত চুলি নাই । বহু বছৰ পূৰ্বেই অভিনেতাজন তপা হৈছিল যদিও তেওঁ সেই ৰূপ ঢাকিবলৈ কোটিৰ ঘৰত খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Actorbollywood actorHairstyleMUMBAI
publisher

publisher

Related Posts

Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ
India

February 1, 2023
Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘
Entertainment

Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: