Guwahati : মহানগৰীত কিশোৰীক যৌন নিৰ্যাতন

আটক যুৱক

ffa05fae 3637 4cb0 ad0b 875d3ca7f9ed

Guwahati :

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰা ঘটনা । এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰি আৰক্ষী জালত পৰে লম্পট যুৱকজন ।

নিৰ্যাতিতা কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ভৰলুমুখ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে ফটাশিলৰ পৰা ৷ ধৃত যুৱকজনৰ নাম ৰূপক মালাকাৰ৷ আৰক্ষীয়ে যুবকজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এটি গোচৰ ৰজু কৰি অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version