Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 2

Horoscope :

মেষ : বিদ্যা শুভ। মানসিক শান্তি, মামলা মোকদমা জয় লাভ । শৈশৱৰ স্মৃতি ৰোমন্থন, ভ্ৰমণত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃষ : কর্মস্থানত ব্যস্ততা বৃদ্ধি; শিৱ মন্দিৰ দৰ্শনত শুভ হ’ব : পূৰ্বে দূৰ ভ্ৰমণ নকৰিব; বন্ধু বৰ্গৰ পৰা সাৱধান, শুভ ৰং মুগা, শুভ সংখ্যা ৬।

মিথুন :কর্ম বিদ্যাত শুভ, বন্ধুবৰ্গৰ পৰা উপকৃত হ’ব। সা-সম্পত্তি লাভ কৰিব পাৰে। পাৰিবাৰিক মাধ্যম, পাতল নীলা শুভ ৰং, শুভ সংখ্যা ৮।

কৰ্কট : প্ৰভাৱশালী লোকৰ সহযোগিতা পাব; দু-সাহসি কামত আনৰ উৎসাহ পাব। কৰ্মস্থান নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি, বগা শুভ ৰং, শুভ সংখ্যা ২।

সিংহ : আর্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মাধ্যম। কর্মসংস্থাপনত উন্নতি,নিৰামিষ আহাৰ খাওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

কন্যা :কর্মক্ষেত্ৰত সচেতন হওক। শিৱ মন্দিৰ দৰ্শন কৰক, নিষ্ঠা আৰু সততা বৃদ্ধি অর্থ লাভ; ক্রীম ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩।

তুলা : কর্মত বিচক্ষণতা প্রকাশ পাব। বেল গছত পানী দিয়ক, জুইৰ পৰা সাৱধান, শুভ ৰং মাখন, শুভ সংখ্যা ৮।

বৃশ্চিক :বিদ্যাত শুভ, কৰ্মস্থানত মাধ্যম, অৱাৱত ধন খৰচ হ’ব পাৰে। স্বাস্থ্য কিছু দুর্বল, নিচা দ্রব্য সেৱন নকৰিব। সোণালী শুভ কং, শুভ সংখ্যা ২।

ধনু :খৰচ বৃদ্ধি। কর্মক্ষেত্ৰত মাধ্যম। আত্ম অহংকাৰ বৃদ্ধি। পদোন্নতিৰ যোগ। ভ্ৰমণত কষ্ট. শুভ ৰং মুগা, শুভ সংখ্যা ৭।

মকৰ : কর্মব্যস্ততা বৃদ্ধি, ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোকৰ সা-সন্মান বৃদ্ধি। আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে, শিৱক স্মৰণ কৰক। শুভ ৰং নীলা, শুভ সংখ্যা ৩।

কুম্ভ : কর্মত উন্নতি, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, প্রেমত কষ্ট, হঠাৎ অর্থ লাভে আনন্দিত কৰিব, শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

মীন : ব্যৱসায়ত শুভ। উন্নতিৰ যোগ৷ ভ্ৰমণ মধ্যম। কোনো ব্রাহ্মণক লগন দান কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ১।

Exit mobile version