Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

    Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Karbianglong : কাৰ্বি আংলং প্ৰৱেশ গেটত বৃহৎ চিণ্ডিকেটৰাজ

অত্যাধিক কৰ সংগ্ৰহক লৈ ৰানাইমা প্ৰৱেশ গেটত নিশা হুলস্থুলীয়া পৰিৱেশ,গেট এৰি পলায়ন গেট কৰ্মচাৰীৰ

publisher by publisher
November 6, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Karbianglong : কাৰ্বি আংলং প্ৰৱেশ গেটত বৃহৎ চিণ্ডিকেটৰাজ
1
SHARES
14
VIEWS
ShareShareShareShare

Karbianglong :

অসম চৰকাৰে চিণ্ডিকেটৰাজ, দুৰ্নীতি আদিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি অৱলম্বন কৰি অহাৰ সময়তে কাৰ্বি আংলং প্ৰৱেশ গেটত বৃহৎ চিণ্ডিকেটৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

WhatsApp Image 2022 11 06 at 18.58.56কাৰ্বি আংলঙত ফুটুকাৰ ফেনত পৰিণত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ চিণ্ডিকেটৰাজ, দুৰ্নীতি আদিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহনশীল নীতি। অত্যাধিক কৰ সংগ্ৰহক লৈ ৰানাইমা প্ৰৱেশ গেটত নিশা সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ।

ADVERTISEMENT

ৰানাইমা প্ৰৱেশ গেটত লংকাৰ পৰা উমৰাংচ অভিমুখে যোৱা ছাই-কয়লাভৰ্তি ট্ৰাকৰ পৰা বলপূৰ্বকভাৱে ২০০-২৫০ টকাৰ পৰিবৰ্তে ৫০০-৬০০ টকা সংগ্ৰহ কৰাৰ চেষ্টাক লৈ সৃষ্টি হয় এই হুলস্থলীয়া পৰিৱেশৰ। অৱশ্যে ঘটনাৰ খৱৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰু ইয়াৰ পাছতেই দৃশ্যপট সলনি হয় ঘটনাস্থলীৰ।

RelatedPosts

Assam : আৰক্ষীৰ সহযোগত কাঠ পৰিবাহী প্ৰতিখন ট্ৰাকৰ পৰা লাখ টকা আদায়

Dengue : বিগত বৰ্ষৰ তুলনাত ৰাজ্যত ডেংগুৰ সংক্রমণ চলিত বৰ্ষত ২০ গুণ বৃদ্ধি

Opium Seized : বোকাজানত নাকা তালাচীত জব্দ এক কোটিৰ কানি

WhatsApp Image 2022 11 06 at 18.58.56 1কোনেও একো উমান নোপোৱাকৈ হঠাৎ অন্তৰ্ধান হৈ পৰে অৰ্থাৎ গেট এৰি পলায়ন  কৰে গেট কৰ্মচাৰী সকলে। আৰু তাৰ পাছৰে পৰা গেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰা বন্ধ হৈ পৰে কাৰ্বি আংলঙৰ বিভিন্ন স্থানত স্থাপন কৰা গেট সমূহত। কিন্তু কিয় আৰু কাৰ নিৰ্দেশত দৰাচলতে ঘটনাৰ পাছৰে পৰা কৰ সংগ্ৰহ কৰা বন্ধ হৈ পৰে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কাৰ্বি পৰিষদৰ চৰকাৰী পুঁজিৰ বাবে পৰিষদে জিলাখনৰ সীমান্তে সীমান্তে স্থাপন কৰিছে কেবাখনো প্ৰবেশদ্বাৰ তথা টেক্স-গেট । কাৰ্বি পৰিষদে গেট সমূহৰ জৰিয়তে কৰ সংগ্ৰহৰ বাবে নিৰ্ধাৰণ কৰি দিছে এখন কৰৰ তালিকা আৰু তালিকা অনুসৰি কৰ সংগ্ৰহ কৰিব লাগে যাত্ৰীবাহী বাছ, ট্ৰাক আদিৰ পৰা ১০ টকা, অটো-ৰিক্সা, ভেন, পশুধন আদিৰ বাবদ ৫ টকা, ২ টকা আৰু ১ টকা।

WhatsApp Image 2022 11 06 at 18.58.57কিন্তু গুৰুত্বপূৰ্ণ যে দীৰ্ঘদিনৰ পৰা এই টেক্স-গেটসমূহত কৰ সংগ্ৰহৰ নামত গেটত থকা গেট কৰ্মচাৰীয়ে দাবী-ধমকিৰে বাহন আদিৰ পৰা ৫০ টকাৰ পৰা প্ৰায় ১২০০ টকা পৰ্য্যন্ত কৰ সংগ্ৰহ কৰি আহিছে বুলি এক অভিযোগ উত্থাপিত হৈছে ।

কিন্তু প্ৰশ্ন হ’ল চিণ্ডিকেটৰাজৰ বিৰুদ্ধে জিলা প্ৰশাসন, কাৰ্বি পৰিষদ চৰকাৰ আৰু অসম চৰকাৰে লবনে বাৰু ইয়াৰ বিহীত ব্যৱস্থা সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Entry GateHEAVY CALLECTIONKARBI ANGLONGSyndicate
publisher

publisher

Related Posts

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল
India

Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

February 4, 2023
Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট
Assam

Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: