Result: প্ৰকাশ পালে তৃতীয় বৰ্গৰ নিযুক্তি লিখিত পৰীক্ষাৰ ফলাফল

WhatsApp Image 2022 11 06 at 15.50.40 2

Resul t:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি অনলাইনযোগে প্ৰকাশ পালে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) ৰ ৱেবছাইট www.sebaonline.org ৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে লাভ কৰে ফলাফল ৷

উল্লেখযোগ্য যে ২৮ আগষ্টত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৰিক্ত হৈ থকা তৃতীয় বৰ্গৰ ১৩,৩০০ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় চাৰি লাখ প্ৰাৰ্থীয়ে ৷

আনহাতে ১৩,৩৪১ টা চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল ছেবাই ৱেবছাইট যোগে ঘোষণা কৰিছিল ১৮ অক্টোবৰত ৷

 

Exit mobile version