Horoscope :
মেষ : আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্ৰেম-প্ৰণয়ত সাৱধান।
বৃষ : কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সম্যসা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক।
মিথুন : শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্নবান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিক শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি। সন্তান সম্ভৱা মহিলাসকল সাৱধান থাকিব।
কর্কট : আর্থিক ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্ৰত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব।
সিংহ : আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক।
কন্যা : দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। দাম্পত্যত শুভ।
তুলা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কর্ম স্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। প্ৰেমত বাধা ঘৰুৱা শুভ।
বৃশ্চিক : পুৱাৰ ভাগ মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰা পক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ।
ধনু : ব্যৱসায়ত মাধ্যম। শাৰীৰিক দিশত দুর্বলতা থাকিব। সন্তানৰ প্ৰেমত অস্থিৰতা থাকিব। দাম্প্যত মধ্যম।
মকৰ : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব। আর্থিকত বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা।
কুম্ভ : দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানক্য সৃষ্টি। বিদ্যাত শুভ।
মীন : ঘৰুৱা পৰিৱেশ অনুকূল। কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। শৰীৰ বেয়া নাযাব। প্ৰেমত শুভ।