Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ

publisher by publisher
November 10, 2022
in News, India
Reading Time: 1 min read
0
NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ
2
SHARES
19
VIEWS
ShareShareShareShare

NRC :

নাগৰিকত্ব সংশোধনী আইন (২০১৯)ক লৈ বিতর্ক অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিলে বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্রদান প্রক্রিয়া। কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ইতিমধ্যে দেশৰ নখন ৰাজ্যৰ গৃহ সচিব আৰু ২৯খন জিলাৰ উপায়ুক্তসকললৈ নাগৰিকত্ব প্ৰদানৰ কৰ্তৃত্ব প্রদান কৰিছে।

ADVERTISEMENT

গৃহ মন্ত্রণালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে বিগত ২০১৯ৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে মুঠতে ১৪১৪জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। যোৱা সাত নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰা কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ বার্ষিক প্রতিবেদন ২০২১-২২ত প্ৰকাশ পাইছে নাগৰিকত্ব প্রদানক লৈ কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা এই কৌশলী স্থিতি।

RelatedPosts

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

লক্ষ্যণীয় যে ১৯৫৫ৰ নাগৰিকত্ব আইনৰ পাঁচ আৰু ছয় অনুচ্ছেদৰ অধীনত দেশজুৰি নাগৰিকত্ব প্রদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে সংশোধিত নাগৰিকত্ব আইনৰ দৰে মুছলমানক বাদ দি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, বুদ্ধ, খ্ৰীষ্টান আৰু পাৰ্চি ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্রদান কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় গৃহ
মন্ত্রণালয়ৰ বাৰ্ষিক প্রতিবেদনত প্ৰকাশ পোৱা এই তথ্যই দেশজুৰি চৰ্চা লাভ কৰিছে।

লক্ষ্যণীয় যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই প্রতিবেদনত কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)খনক মান্যতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা কৰা এই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত সম্পূৰ্ণ কৰা এনআৰচিখন যোৱা ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল।

এনআৰচিত ৩,১১,২১,০০৪জন লোকৰ নাম অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৫৭জন বাদ পৰিছে। গৃহ মন্ত্রণালয়ৰ প্রতিবেদনত এনআৰচিৰ প্ৰসংগত উল্লেখ কৰা তথ্যত এই দলিলখন গ্রহণযোগ্য নহয় বা চূড়ান্ত নহয় বুলি কোনো ধৰণৰ
স্থিতি স্পষ্ট কৰা নাই। স্বাভাৱিকতে কেন্দ্ৰৰ এনে স্থিতিয়ে বৰ্তমানৰ এনআৰচিখনকে মান্যতা প্ৰদানৰ ইংগিত পৰিস্ফুট কৰিছে। উল্লেখ্য যে প্রস্তুত কৰা এনআৰচিখনত বহুতো বিদেশীৰ নাম থকা বুলি অভিযোগ কৰি অসম চৰকাৰে এই এনআৰচিখন কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি বাৰম্বাৰ ঘোষণা কৰি অহাৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰা আঁতৰি যাব বিচৰাৰ প্ৰতিচ্ছবি স্পষ্ট হয়।

গৃহ মন্ত্রণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসমত প্ৰস্তুত কৰা এনআৰচিৰ সূত্ৰে অসমক বাদ দি কেন্দ্ৰীয় চৰকাৰে দেশৰ আন সকলো ৰাজ্যৰ বাবে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন (এনপিআৰ) প্ৰস্তুত কৰা হ’ব। ২০১০লৈ ভাৰতত বসবাস কৰি থকা সকলো লোকৰে বিস্তৃত তথ্য সংগ্ৰহ কৰি নাগৰিকত্ব বিধি ২০০৩ৰ অধীনত আৰু নাগৰিকত্ব আইন ১৯৫৫ৰ আধাৰত প্ৰস্তুত কৰা হ’ব এনপিআৰ।

গৃহ মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য মতে, ব্যক্তি এজনৰ নাম, লিংগ, জন্মস্থান আৰু তাৰিখ, বসবাস কৰা স্থান,পিতৃ-মাতৃৰ নাম, আধাৰ, ম’বাইল নম্বৰ আৰু ৰেছন কাৰ্ডৰ নম্বৰ সংগ্ৰহ কৰি এনপিআৰ প্ৰস্তুত কৰা হ’ব। পূর্বে কেন্দ্ৰীয় চৰকাৰে এখন এনপিআৰ প্ৰস্তুত কৰাৰ সূত্ৰে পূৰ্বৰ এনপিআৰখনকে উন্নীতকৰণ কৰা হ’ব বুলি ঘোষণা কৰি গৃহ মন্ত্রণালয়ে এই কথাও উল্লেখ কৰিছে যে এনপিআৰ প্ৰস্তুতৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ৩৯৪১.৩৫ কোটি টকা মঞ্জুৰ কৰিছে।

উল্লেখ্য যে গৃহ মন্ত্রণালয়ৰ এই নিৰ্দেশনাৰ পাছতে ভাৰতৰ মহাপঞ্জীয়কে আজি এনপিআৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে। ভাৰতৰ মহাপঞ্জীয়কে এনপিআৰ প্ৰস্তুতিৰ প্ৰাৰম্ভিক প্রস্তুতি হিচাপে আজি কম্পিউটাৰ ব্যৱস্থাপনা সম্পর্কীয় কাম-কাজ আৰু নিৰীক্ষণ, ৱেব প’ৰ্টেল, ম’বাইল এপ্লিকেচন তথা আনুষংগিক তথ্য প্রযুক্তিৰ যিসমূহ ক্ষেত্র এনপিআৰ প্ৰস্তুতিত ব্যৱহাৰ হ’ব সেই সকলোবোৰ তথ্য প্রযুক্তি আইনৰ ৭০ ধাৰাৰ অধীনত স্পর্শকাতৰ আৰু জটিল তথ্যৰ আন্তঃগাঁথনিৰূপে ঘোষণা কৰিছে।

এনপিআৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ কোনো তথ্য কোনো পক্ষই এনেবোৰ ডিভাইচৰ পৰা সংগ্ৰহ কৰি ৰাজহুৱা কৰিলে তেনে পক্ষক তথ্যপ্রযুক্তি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ১০ বছৰ পৰ্যন্ত সশ্রম কাৰাদণ্ড বিহা হ’ব বুলি স্পষ্ট কৰি দিছে। যি সময়ত অসমবাসীয়ে এখন শুদ্ধ আৰু বিদেশীমুক্ত এনআৰচিৰ আশাত অপেক্ষা কৰি আছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰস্তুত কৰা এনআৰচিখনৰ ওপৰত কোনো কাৰ্যপন্থা গ্ৰহণৰ পৰিৱৰ্তে অসমক বাদ দি দেশৰ আন সকলো ৰাজ্যতে জনসংখ্যাপঞ্জী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা তৎপৰতাই অসমক পুনৰ বিদেশীৰ চৰণীয়া পথাৰ কৰি ৰখাৰ ইংগিত পৰিস্ফুট হৈছে বুলি চৰ্চিত হৈছে।

২০২৪ৰ মাৰ্চতহে সম্পূৰ্ণ হ’ব ভাৰত-বাংলাদেশ সীমান্ত ছীলৰ কাম

চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ পৰা অসমলৈ ধাৰাবাহিকভাৱে অব্যাহত থকা অনুপ্ৰৱেশ ৰোধৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিবলৈ বিগত বহু দশক ধৰি অব্যাহত থকা দাবীৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে বার্ষিক প্রতিবেদনত প্ৰকাশ কৰিছে যে সীমান্তত অব্যাহত থকা কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণকে ধৰি নদী পথৰ নিৰাপত্তা সম্পৰ্কীয় সকলো কাম-কাজ অহা ২০২৪ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব।

অৰ্থাৎ অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগ, মেঘালয় আদি ৰাজ্য সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল হ’বলৈ আৰু প্ৰায় ডেৰ বছৰ অপেক্ষা কৰিব লাগিব উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে। গৃহ মন্ত্রণালয়ৰ বাৰ্ষিক প্রতিবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে বাংলাদেশৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত থকা অনুপ্ৰৱেশ ভাৰতৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

অনুপ্ৰৱেশ ৰোধকে ধৰি সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা আন সকলো অসামাজিক কাম-কাজ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে দুটা পৰ্যায়ত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ আৰু ফ্লাডলাইট সংস্থাপনৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে ভাৰতৰ স’তে সংলগ্ন বাংলাদেশৰ মুঠতে ৪০৯৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ভিতৰত ৩১৪৫ কিলোমিটাৰ ফেন্সিং নিৰ্মাণ কৰাৰ বিপৰীতে বাকী ৯৫১.৭০ কিলোমিটাৰ সীমান্ত অন্য উপায়ে সুৰক্ষিত কৰা হ’ব। সীমান্ত সুৰক্ষা বাহিনীয়ে সোঁশৰীৰে এইখিনি দৈৰ্ঘ্যৰ সীমান্তক ৰক্ষণা-বেক্ষণ দিয়াটো সম্ভৱ নহয়, কিয়নো নদী পথ তথা জলাশয় জাতীয় প্রাকৃতিক উপাদানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই অংশত।

সেয়েহে ভাৰত চৰকাৰে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে এই সীমান্ত অঞ্চল সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গৃহ মন্ত্রণালয়ে প্রতিবেদনত প্ৰকাশ কৰিছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamindiaNRC
publisher

publisher

Related Posts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

February 3, 2023
PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: