Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 2

Horoscope :

মেষ: একাধিক কথা মন বিক্ষিপ্ত থাকিব। কর্মত স্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। প্ৰেমত বাধা ঘৰুৱাত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

বৃষ : দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। বিদ্যাত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

মিথুন : কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব। আর্থিক বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা। শুভ ৰং বগা, শুভ সংখ্যা ২।

কর্কট: আর্থিক দিশত বেছি বাধা নাপাব। দৈনিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

সিংহ : পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ১।

কন্যা : ঘৰুৱা পৰিৱেশ অনুকূল। কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

তুলা: দিনটো বৰ উন্নত হ’ব পাৰে। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

বৃশ্চিক : আর্থিক বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং গেৰুৱা, শুভ সংখ্যা-৬।

ধনু : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৭।

মকুৰ : কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

কুম্ভ : শৰীৰ প্ৰায় অনুকূল। বিদ্যাত যত্নবান হওক। অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

মীন: ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুর্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

Exit mobile version