Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Actress Hemamalini : নলবাৰী ৰাস মহোৎসৱত কে’বালাখলোকৰ সমাগম

বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী উপস্থিতিত উৎসাহিত ৰাসস্থলী

publisher by publisher
November 15, 2022
in News, Assam
Reading Time: 1 min read
0
Actress Hemamalini : নলবাৰী ৰাস মহোৎসৱত কে’বালাখলোকৰ সমাগম
1
SHARES
7
VIEWS
ShareShareShareShare

Actress Hemamalini :

ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰৰ এঘাৰদিনীয়া ৰাসমহোৎসৱ অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই যোৱা নিশা উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী তথা ড্ৰিম গাৰ্ল খ্যাত হেমামালিনী।

ADVERTISEMENT

8501a082 3126 4c05 8292 79a20c9ff9d4এসময়ৰ দেশৰ চলচ্চিত্ৰ অনুৰাগীৰ মুখতে উচ্চাৰিত প্ৰৱীণ অভিনেত্ৰী গৰাকীক চাবলৈ সমাগম হয় প্ৰায় কে’বা লক্ষাধিক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ বিপুল হৰ্সোল্লাসৰ মাজেৰে অভিনেত্ৰী গৰাকীক নলবাৰীৰ গনেশ মন্দিৰ চ’কৰ পৰা পুস্পসজ্জিত এখন বিলাসী ভিনটেজ বাহনত উঠাই প্ৰায় দুই কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি হৰিমন্দিৰ প্ৰাংগণলৈ আদৰি অনা হয় ৷

RelatedPosts

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

aae47416 1814 4d96 aba3 5381d04f025fৰাসস্থলীৰ মুলক্ষেত্ৰলৈ অহাৰ পিছত গণেশ মন্দিৰত ৰাসোৎসৱ উদযাপন সমিতিৰ সভপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু আন সদস্যবৰ্গই বলিউডৰ স্বনামধন্য অভিনেত্ৰী হেমামালিনীক শৰাই,জাপি,মুগা-পাটৰ চাদৰ- মেখেলা,কাহৰ শৰাই আৰু থলুৱা খাদ্য সামগ্ৰীৰ টোপোলাৰে উস্ম আদৰনী জনায় ৷ ইয়াৰ পিছত মথুৰাৰ সাংসদ গৰাকীয়ে হৰিমন্দিৰত সেৱা জনায় ৰাসোৎসৱৰ মুল মণ্ডপত প্ৰৱেশ কৰি শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ দ্বাৰা প্ৰযোজিত জীৱন্ত ৰাস উদ্বোধন কৰে৷
উদ্বোধনী ভাষণত প্ৰৱীণ সাংসদ গৰাকীয়ে কয়, মই ভগৱান শ্ৰীকৃষ্ণৰ ওপজাভূমি মথুৰা- বৃন্দাবনৰ সাংসদ৷ ৰামায়ণ- মহাভাৰতৰ যুগতে বৃন্দাবনত ভগৱন্ত শ্ৰীকৃষ্ণই ৰাসক্ৰীড়াত অংশ লৈ গোপীসকলৰ স’তে৷ মানৱ প্ৰেম আৰু আধ্যাত্মিক চিন্তাচৰ্চাৰে মনুস্যৰ মাজত এক ভক্তি ৰসৰ সৃষ্টি কৰি শ্ৰীকৃষ্ণৰ সেই ৰাসলীলাক নলবাৰীতো মৃন্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰাৰ যি প্ৰয়াস চলোৱা হৈছে তাৰ বাবে শলাগৰ পাত্ৰ হৰিমন্দিৰ পৰিচালনা সমিতি৷ সমিতিৰ পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ৰাস এক মানৱ প্ৰেমৰ অন্য এক নিৰ্দশন বুলি অভিহিত কৰে মথুৰাৰ সাংসদ গৰাকীয়ে ৷

উল্লেখ্য ৰাসোৎসৱৰ গাম্ভীৰ্যপূৰ্ণ অনুস্থানক প্ৰৱীণ অভিনেত্ৰীৰ স’তে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা সহ বহু কেই গৰাকী গণমাধ্য ব্যক্তি ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: ActressAssamHemamaliniNALBARIRakh
publisher

publisher

Related Posts

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: