Spl.Tet Teacher Protest: সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত

বিশেষ টেটৰ শিক্ষকৰ উত্তাল প্ৰতিবাদ

2650cbf6 ce34 468a 9350 a9b8151f2793

Spl.Tet Teacher Protest :

মহানগৰীৰ কাহিলীপাৰাস্থ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত আজি দুপৰীয়া এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে কৰে বিশেষ টেটৰ উত্তীৰ্ণ শিক্ষক সকলে ৷

উল্লেখযোগ্য যে ,ৰাজ্যত বিশেষ টেটৰ অধীনৰ ৬৬৭ গৰাকী বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলক দীৰ্ঘদিন ধৰি চৰকাৰে ন্যাৰ্য প্ৰাপ্য পৰা বঞ্চিত আৰু প্ৰতাৰণা কৰাৰ বিৰুদ্ধে আজি এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদে শিক্ষকসকলে।

প্ৰতিবাদৰ বাবে প্ৰশাসনৰ পৰা প্ৰয়োজনীয় অনুমতি নোলোৱাৰ অভিযোগত প্ৰতিবাদী শিক্ষক সকলক বিক্ষোপ কাৰ্যসূচী আৰম্ভ কৰোতেই আৰক্ষীয়ে বাধাপ্ৰদান কৰি আটক কৰে ৷ ১৫০ জন বিশেষ টেট উত্তীৰ্ণ প্ৰতিবাদকাৰেক দিছপুৰ আৰক্ষীয়ে আটক কৰি তিনিখন বাছৰে লৈ যায় ৷

Exit mobile version